অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ

{| ! নাম !! চমু টোকা !! জি আই টেগ লাভ কৰা বৰ্ষ !! জাতি/জনগোষ্ঠী !! স্থান |- | তেজপুৰৰ লিচু || অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।

হালনাগাদ: ৩ অক্টোবৰ ২০২৪ ০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ
নামচমু টোকাজি আই টেগ লাভ কৰা বৰ্ষজাতি/জনগোষ্ঠীস্থান
তেজপুৰৰ লিচুঅসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।২০১৫ চনৰ ৩১ মাৰ্চ১অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)তেজপুৰ, অসম
অসমৰ কাৰ্বি-আংলং আদাই হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত এবিধ মছলাজাতীয় উদ্ভিদ।২০১৫ চনৰ ৩১ মাৰ্চ২কাৰ্বি জনগোষ্ঠীকাৰ্বি আংলং জিলা, অসম
জহা চাউলঘাইকৈ অসমত উৎপাদন হোৱা এবিধ সুগন্ধি চাউল২০১৭৩অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)অসম
বোকা চাউলবোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল।২০১৮৪অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)অসম
চকোৱা চাউলচকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত শৰ্কৰাৰ পৰিমাণ তুলনামূলকভাৱে কম থাকে।২০১৯, ২৪ অক্টোবৰ৫অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)অসম
অৰ্থডক্স টীঅসমত উৎপাদিত চাহপাত।অসম
কাজি নেমুএবিধ টেঙা জাতীয় ফল। ভিটামিন চি যুক্ত এই ফলবিধ বিভিন্ন ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱাৰ লগতে ইয়াক কেঁচাকৈ বা চৰৱত তৈয়াৰ কৰি খোৱা হয়।২০১৯অসম
অসমীয়া জাপিবাঁহেৰে তৈয়াৰী মূৰত পিন্ধা এবিধ টুপিৰ দৰে সামগ্ৰী।অসম
আশাৰীকান্দিৰ পুতলা শিল্পআশাৰীকান্দি অঞ্চলত তৈয়াৰী পাৰম্পৰিক মৃৎশিল্প। এই অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়ালে পুতলা নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰি আছে।ধুবুৰী জিলা, অসম
অসমৰ কাঁহ শিল্পঅসমৰ সৰ্থেবাৰী অঞ্চলত হাতেৰে নিৰ্মিত কাঁহৰ সামগ্ৰী। বিবাহ, ধৰ্মীয় অনুষ্ঠান, উৎসৱ আদিৰ লগতে সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰৰ বাবে অসমত কাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ হয়।অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)সৰ্থেবাৰী, অসম
মাজুলীৰ মুখা শিল্পবাঁহৰ কাঠিৰে তৈয়াৰ কৰি মাটিৰ লেপ দি প্ৰাকৃতিক ৰঙেৰে সজ্জিত এবিধ মুখ-বন্ধনী। ভাওনা আদিত ব্যৱহৃত এই সামগ্ৰীবিধ অসমৰ এক প্ৰাচীন লোককলা।অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)মাজুলী, অসম
জুডিমাঅসমৰ ডিমাছা সকলে চাউলৰপৰা প্ৰস্তুত কৰা এবিধ পাৰম্পৰিক সুৰা।২০২১, ১৪ ছেপ্টেম্বৰডিমাছা জনগোষ্ঠীঅসম
গামোচাঘাইকৈ গা মুচিবৰ বাবে ব্যৱহৃত এবিধ পাতল বস্ত্ৰ।২০২২, ১৩ ডিচেম্বৰ৬অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)অসম
আৰনাইঅসমৰ বড়ো জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ।২০২৪৭৮বড়ো জনগোষ্ঠীঅসম
জৌ গৈৰাণ২০২৪৭৮বড়ো জনগোষ্ঠীঅসম
মাইব্ৰা২০২৪৭৮বড়ো জনগোষ্ঠীঅসম
জৌ বিদৈ২০২৪৭৮বড়ো জনগোষ্ঠীঅসম
জৌ গিচি২০২৪৭৮বড়ো জনগোষ্ঠীঅসম
নামফাশুকান মাছৰপৰা তৈয়াৰী এবিধ জনপ্ৰিয় খাদ্য।২০২৪৭৮বড়ো জনগোষ্ঠীঅসম

তথ্যসূত্ৰ

  1. ↑ Assam’s pungent ginger, juicy litchi get GI tag
  2. ↑ Assam’s pungent ginger, juicy litchi get GI tag
  3. ↑ (29 March, 2020). GI tag for Joha rice. The Telegraph
  4. ↑ (2018-08-11). ‘The rice that needs no cooking’: magic rice variety from Assam gets GI tag
  5. ↑ (November 18, 2019). Traditional Scarf (Gamosa) of Assam gets Geographical Indications tag. The Sentinel
  6. ↑ Assamese Gamosa gets Geographical Indication tag. India today
  7. ↑ (৩ অক্টোবৰ, ২০২৪). বড়ো জনগোষ্ঠীৰ আৰনাইকে ধৰি ৰাজ্যৰ ৮ বিধ সামগ্ৰীলৈ জি আই টেগ. অসমীয়া খবৰ
  8. ↑ (3 October 2024). Eight products used by Assam tribe granted GI tag. www.thehindu.com

সম্পৰ্কিত শ্ৰেণী

অসমঅসম সম্পৰ্কীয় তালিকাভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ” প্ৰবন্ধৰ সংশোধন ৪৩৫১৫৩ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।