ভৱপ্ৰসাদ চলিহা (Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।১
প্ৰকাশিত গ্ৰন্থ
- শংকৰী সংস্কৃতিৰ অধ্যয়ন,
- শংকৰী সাহিত্যৰ সমীক্ষা,
- মাধৱদেৱৰ সাহিত্য,
- মাধৱদেৱ অধ্যয়নৰ ভূমিকা,
- মহাপুৰুষীয়া ধৰ্ম,
- ৰুক্মিণী হৰণ নাট ইত্যাদি
লাভ কৰা বঁটা
- শ্ৰীমন্ত শংকৰদেৱ বঁটা (২০২০)
তথ্যসূত্ৰ
- ↑ Sentinel Digital Desk. (2021-01-04). CM Sonowal presents Srimanta Sankardev Award to Prof. Bhavaprasad Chaliha. দ্য ছেণ্টিনেল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱপ্ৰসাদ চলিহা” প্ৰবন্ধৰ সংশোধন ২৫৯৫১৮ (১৭ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।