অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৭ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

নাটকৰ তালিকা

#থিয়েটাৰনাটকনাট্যকাৰঅভিনয়ত
১আৱাহনআলিংগনঅভিজিত ভট্টাচাৰ্যচন্দনা শৰ্মা, পল ফুকন, চিন্ময় কটকী আদি
কইনাৰ পদূলি উদুলি-মুদুলিমুনিন বৰুৱা
মাঅভিজিত ভট্টাচাৰ্য
২অনুৰাধাআতংকৰমা বৰ্মন
দধীচিমহেন্দ্ৰ বৰঠাকুৰ
নৱনীতাভাস্কৰজ্যোতি তালুকদাৰ
৩আশীৰ্বাদকিয় এনে হ'লসেৱাব্ৰত বৰুৱাৰাগ ঐনিতম, অৰূপ বৈশ্য, ৰবীন নেওগ, গায়ত্ৰী বৰা আদি
শয়নে সপোনে জুবিনঅভিজিত ভট্টাচাৰ্য
তোমাৰ নামেৰে তৰালীসমৰেন্দ্ৰ বৰ্মন
৪ভাগ্যদেৱীমালবিকা মোৰ বান্ধৱীঅভিজিত ভট্টাচাৰ্যযতীন বৰা, আশা বৰদলৈ, স্বাগতা বৰুৱা আদি
ৰক্তবিদ্যুৎ পাঠক বি. এ.অভিজিত ভট্টাচাৰ্য
সাগৰ তুমি ক'ততিলক বৈশ্য
৫বীনাপাণিহেল্লো হেল্লো ভণ্টীসমৰেন্দ্ৰ বৰ্মনবিজু বৰকটকী, ত্ৰৈলোক্য দত্ত, উত্তম দত্ত, নিলাক্ষী শইকীয়া আদি
কইনা সজাব কোনেঅনন্ত দত্ত
লজ্জাঅৱতাৰ সিং
নষ্টচন্দ্ৰজিতেন শৰ্মা
৬বৰদৈচিলাঅগ্নিগৰ্ভা লেনাপ্ৰহাস কুমাৰ ভট্টাচাৰ্যমৃদুল চুতীয়া, তাৰক দাসআদি
অন্তহীনমৃদুল চুতীয়া
ৰাজপথত দুজনী ছোৱালীঅভিজিত ভট্টাচাৰ্য
৭বৃন্দাৱনবিহ আৰু অমৃতমুনীন বৰুৱাচম্পক শৰ্মা, ৰাজকুমাৰ তালুকদাৰ, অলিম্পিয়া আদি
বদনামচমওক শৰ্মা
মন তই পাগল কিয়অভিজিত ভট্টাচাৰ্য
৮ধৰিত্ৰী'ধুনীয়া ছোৱালীৰ মন''অনন্ত দত্ত
দম দমাদম মাদল বাজেসমৰেন্দ্ৰ বৰ্মন
মেঘ আৰু নাইকৃষ্ণ বৰদলৈ
উৰুখা পঁজাত তুমিঅসীম বৰ্মন
৯হেঙুলচমকঅভিজিত ভট্টাচাৰ্যৰবি শৰ্মা, প্ৰসেনজিত বৰা, কল্পনা, চিমি আদি
খিৰিকীমুনীন বৰুৱা
মৰীচিকাঅভিজিত ভট্টাচাৰ্য
১০হিমালয়এপাহি গোলাপ ফুলঅভিজিত ভট্টাচাৰ্যনয়ন নিৰ্বান বৰুৱা, মহেন্দ্ৰ শৰ্মা, নিশা কাশ্যপ, ধৰ্মেশ্বৰ তালুকদাৰ আদি
খাৰুমহেন্দ্ৰ শৰ্মা
তৰাই জ্বলাব চাকিসমৰেন্দ্ৰ বৰ্মন
১১ইতিহাসদেউতাএজন বেয়া মানুহঅভিজিত ভট্টাচাৰ্যআকাশদীপ, ভ্ৰান্তি মেধী, বিৰাজ বল্লভ, বিনয় ডেকা আদি
ৰজাসমৰেন্দ্ৰ বৰ্মন
সপোনৰ ৰেলগাড়ীঅভিজিত ভট্টাচাৰ্য
১২জাগৰণদাবানলসেৱাব্ৰত বৰুৱাভৱেশ বৰুৱা, পৰেশ গোস্বামী, মোহন শইকীয়া আদি
ৰণ হুংকাৰঅভিজিত ভট্টাচাৰ্য
জেদধ্ৰুৱজ্যোতি শৰ্মা
১৩কহিনুৰভাল পাওঁ বুলি নক'বাঅভিজিত ভট্টাচাৰ্যবৰষা ৰাণী বিষয়া, দিব্যজ্যোতি দাস, হীৰেণ মেধি, দুলুমণি ডেকা আদি
কপৌ ফুলঅভিজিত ভট্টাচাৰ্য
পথহেমন্ত দত্ত
টাইটানিকহেমন্ত দত্ত
১৪মঞ্চজ্যোতিভিক্ষাভবেন বৰুৱাত্ৰৈলোক্য শৰ্মা, ডালিমী মেধী, তৰুণ ৰাজবংশী, তপন বৰ্মন আদি
প্ৰিয় শত্ৰুসমৰেন্দ্ৰ বৰ্মন
ৰমজানৰ জোনাকসমৰেন্দ্ৰ বৰ্মন
১৫প্ৰাগজ্যোতিষদাগীধ্ৰুৱজ্যোতি শৰ্মাঅৰূপ বৰা, দ্বিপেন ভূঞা, অশ্বিনী বৰুৱা আদি
মায়া মেমচাহাবসমৰেন্দ্ৰ বৰ্মন
নিসংগ নায়কঅৱতাৰ সিং
১৬পৃথ্বীৰাজবাজীচম্পক শৰ্মা
এখনি নীলা চাদৰনৃপেন মহন্ত
গৌৰীপুৰীয়া চেংৰী মইভাস্কৰজ্যোতি তালুকদাৰ
পুৱতী নিশাৰ আজানসমৰেন্দ্ৰ বৰ্মন
১৭ৰাজশ্ৰীবা, বাবা আৰু বাব্‌লিঅভিজিত ভট্টাচাৰ্যপ্ৰাণজিত দাস, মীনাক্ষী নেওগ, মৈত্ৰেয়ী গোস্বামী আদি
বন্দীসেৱাব্ৰত বৰুৱা
'নবীণ মস্তান''হেমন্ত দত্ত
১৮ৰাজমহলঅনুৰাধা তোমাৰ বাবেধ্ৰুৱজ্যোতি শৰ্মাপাঞ্চালী গুপ্তা, ভাস্কৰ তামূলী, ৰাজকুমাৰ ঠাকুৰ আদি
লজ্জাসমৰেন্দ্ৰ বৰ্মন
মনহেমন্ত দত্ত
১৯ৰাজতিলকঅস্তিত্বঅভিজিত ভট্টাচাৰ্যতপন দাস, মৃদুল ভূঞা, দেৱীস্মিতা, শিশু অভিনেতা 'আপেল' আদি
আত্মসন্ধানহেমন্ত দত্ত
মায়া মাথো মায়াঅভিজিত ভট্টাচাৰ্য
তেজে ধোৱা গামোচাধ্ৰুৱজ্যোতি শৰ্মা
২০ৰূপায়নবেয়া মানুহৰ খংসমৰেন্দ্ৰ বৰ্মনজয়ন্ত দাস, ৰবীন্দ্ৰ শৰ্মা, কমল ৰেৱতী, দীপৰাজ আদি
কুৰুক্ষত্ৰঅৱতাৰ সিং
মই মহাত্মা নহওঁধ্ৰুৱজ্যোতি শৰ্মা
মনে মনে মৰমঅভিজিত ভট্টাচাৰ্য
২১শৰাইঘাটঅমাতৰ মাতৰেবা বৰাপ্ৰদীপ নিশীথ, ৰেবা বৰা, গুণেন শৰ্মা, জয়ন্ত বৰুৱা আদি
হিন্দুস্তান-পাকিস্তানপ্ৰদীপ নিশীথ
মায়া মাথো মায়ানিৰ্মল দাস
চৰকাৰসমৰেন্দ্ৰ বৰ্মন
২২শ্ৰীমন্ত শংকৰদেৱলুকা-ভাকুদেৱজিত শৰ্মাদেৱজিত শৰ্মা, মমী ডেকা, যুগল বিহাৰী ডেকা, স্পন্দন আদি
মৰম যাচিব কোনেসেৱাব্ৰত বৰুৱা
ফাঁকিসমৰেন্দ্ৰ বৰ্মন
২৩সূৰুযঅতৃপ্ত আত্মাৰ বিননিতাৰিণী ডেকা
কবৰৰ কংকালভবেন বৰুৱা
কোন আপোন কোন পৰতাৰিণী ডেকা

লগতে চাওক

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)

সম্পৰ্কিত শ্ৰেণী

ভ্ৰাম্যমাণ থিয়েটাৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)” প্ৰবন্ধৰ সংশোধন ৪২৪৮৬৫ (৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।