ভৌগোলিক তথ্য ব্যৱস্থা (Geographic information system) হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ (GIS) বুলি কোৱা হয়। জি আই এছ এপ্লিকেছন আহিলাসমূহৰ সহায়ত তথ্যসমূহ বিশ্লেষণ কৰিব পাৰি, মানচিত্ৰত উপস্থাপন কৰিব পাৰি আৰু ইয়াৰ ব্যৱহাৰ যিকোনো কামত সিদ্ধান্ত লোৱাত কৰিব পাৰি১২।
তথ্যসূত্ৰ
- ↑ Clarke, K. C., 1986. Advances in geographic information systems, computers, environment and urban systems, Vol. 10, pp. 175–184
- ↑ (2011). Geographic information system: Old principles with new capabilities. Urban Design International. পৃ. 1–6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৌগোলিক তথ্য ব্যৱস্থা” প্ৰবন্ধৰ সংশোধন ২৩১২১৮ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।