অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভৌগোলিক স্থানাঙ্ক প্ৰণালী

ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়।

হালনাগাদ: ৫ জুন ২০২০ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়। স্থানাংকত সাধাৰণতে অক্ষাংশ, দ্ৰাঘিমাংশ আৰু সমূদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ব্যৱহাৰ কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ A Guide to coordinate systems in Great Britain v1.7 October 2007 D00659 accessed 14.4.2008

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৌগোলিক স্থানাঙ্ক প্ৰণালী” প্ৰবন্ধৰ সংশোধন ২৩৬১৭৩ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।