অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)

(অসমাপ্ত)

হালনাগাদ: ৫ জুলাই ২০২৪ ২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
#থিয়েটাৰ (প্ৰযোজক)নাটকনাট্যকাৰঅভিনয়ত
১ইতিহাস থিয়েটাৰ (সুভাষ চন্দ্ৰ দাস, অখিল কলিতা)ৰিক্সাৱালাঅভিজিত ভট্টাচাৰ্যভৱেশ বৰুৱা, জেফ্ৰি, মৈত্ৰেয়ী গোস্বামী, মুনমী কলিতা, ফ্ৰেংকী বৰুৱা, তাৰক দাস নিৰ্মল দত্ত, নাজিমূল ইছলাম, জিতু বৰা, জয়ন্ত আৰ্য, ভাৰতী কলিতা আদি১
তেজাল ঘোঁৰাঅভিজিত ভট্টাচাৰ্য
প্ৰজাপতিহিল্লোল কুমাৰ পাঠক
অবুজ মায়াধ্ৰুৱজ্যোতি শৰ্মা
২হেঙুল থিয়েটাৰবলিয়া কৃষ্ণৰাজদ্বীপপ্ৰসেনজিত, শ্যমন্তিকা১, সঞ্জীৱ শৰ্মা, কস্তুৰী ফুকন, আলোকজ্যোতি, দেৱজিৎ, জীৱন হাতীকাকতি, বীৰেন ভূঞা ইত্যাদি
চম্বলৰ মজনুঅভিজিত ভট্টাচাৰ্য২
যুঁজবিনয় শইকীয়া
৩আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়)ৰক্তপানঅভিজিত ভট্টাচাৰ্যপ্ৰাণজিৎ দাস, অৰূপ বৈশ্য, যোগেশ কাশ্যপ, সংগীতা ডেকা, অৰুণ বৰা, বিকাশ ভৰদ্বাজ, চিমি, মুকিব আহমেদ, ঋতুৰাজ মহন্ত, ৰুবুল শইকীয়া, নৱজিৎ ৰায়, হিমাংশু দাস, অৰ্চনা পূজাৰী ইত্যাদি২
এখন ঘৰ এজনী নবৌঅভিজিত ভট্টাচাৰ্য
মহাজনমুনিন বৰুৱা
৪সূত্ৰধাৰ থিয়েটাৰ (ক্ষীৰোদ খনিকৰ)বন্দে মাতৰমসমৰেন্দ্ৰ বৰ্মনস্পন্দন, বিৰাজ বল্লভ, প্ৰদীপ বৰা, দ্বীপেন ভূঞা, জয়ন্ত জীৱন, দুলু বৰদলৈ বিকি কাশ্যপ, নীলোৎপল বৰা, জিতু বৰা, ওমপ্ৰকাশ, জানমণি তামুলী, দেৱীমণি, নিকি দৰ্শনা ইত্যাদি২
জিলমিল জোনাকত তুমি চয়নিকাঅৱতাৰ সিং
ভালপোৱা হৃদয়ৰ গাননিৰ্মল দাস
৫ভাগ্যদেৱী থিয়েটাৰ৩ (..মজুমদাৰ)মহাপাপচম্পক শৰ্মাচম্পক শৰ্মা, হৰেণ মালাকৰ, সুৰভি কটকী অৰুণ বৰা, মুহী বৰা, প্ৰমোদ চুতীয়া গুঞ্জন চৌধুৰী, পঞ্চী বৰা, প্ৰিয়া কাশ্যপ ইত্যাদি২
মোৰ ফেচবুকত তুমিচম্পক শৰ্মা
কলংকিনীতিলক বৈশ্য
৬শংকৰদেৱ থিয়েটাৰ৩ (বিশ্ব শইকীয়া)ইমান ধুনীয়া সপোনচম্পক শৰ্মাদ্বীপন ভৰালী, মিনাক্ষী নেওগ, অৰুণ বেজবৰুৱা, মধুস্মিতা পাটোৱাৰী বিশাল বৰা, বিকি কাশ্যপ, অবিনাশ হাজৰিকা ইত্যাদি
জেহাদসমৰেন্দ্ৰ বৰ্মণ
উলাহে নধৰে হিয়াদেৱজিত শৰ্মা
৭শ্ৰীমন্ত থিয়েটাৰ৪ (যোগানন্দ লাহন)এয়ে মোৰ শেষ গানঅৱতাৰ সিংযুগল কিশোৰ শইকীয়া, জিতু গগৈ, মাধুৰ্য শইকীয়া, প্ৰাঞ্জল নেওগ, ৰত্ন গগৈ, ৰাজদ্বীপ শইকীয়া, অজন্ত পূজাৰী, মানসী তামূলী, বিনীতা দাস আৰু প্ৰণামী দত্ত
ত্যাগ - প্ৰেমৰ এক অন্য নামঅজন্ত পূজাৰী
জীৱন মদাহীৰ ছোৱালীভৱেন বৰুৱা
৮প্ৰাৰ্থনা থিয়েটাৰ৪ (বেদান্ত গগৈ)বনকৰা ছোৱালীৰ লাজসমৰেন্দ্ৰ বৰ্মনৰমেন তামূলী, চন্দন ডেকা, পংকজ কলিতা, জয় গোস্বামী, শৰৎ শইকীয়া, ৰঞ্জন শান্দিল্য, অগ্নিতা ঠাকুৰীয়া, কবিতা দুৱৰা, ৰঞ্জুশ্ৰী, আৰু মৌচুমী গগৈ
ঢালদেৱজিত শৰ্মা
দৌৰহিল্লোল কুমাৰ পাঠক
৯থিয়েটাৰ প্ৰাগজ্যোতিষমন আকাশৰ বেলিঅভিজিত ভট্টাচাৰ্যঅৰূপ বৰা
দাদাগিৰিৰমা বৰ্মন
বদিগাৰ্ডঅৱতাৰ সিং
বেজ কন্যা জোস্না
১০থিয়েটাৰ সূৰ্যআৰ্মীঅভিজিত ভট্টাচাৰ্যতপন দাস, ৰাজকুমাৰ
ভগৱানঅভিজিত ভট্টাচাৰ্য
দণ্ডনায়কসমৰেন্দ্ৰ বৰ্মণ
১১কহিনুৰ থিয়েটাৰ৫ (ৰতন লহকৰ)ডি এছ পি দূৰ্গাঅভিজিৎ ভট্টাচাৰ্যমৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, দিব্যজ্যোতি কাশ্যপ, মহেশ বৰা, ৰাজশ্ৰী বৰা, বিনীতা ৰাজখোৱা আদি
চক্ৰবেহুহেমন্ত দত্ত
গুপুতে গুপুতেভাস্কৰ বৰ্মন
১২ৰাজতিলক থিয়েটাৰ৫জলদস্যুঅভিজিৎ ভট্টাচাৰ্যযতীন বৰা, অংকিতা শইকীয়া
পাগ্‌লা হাৱা
অনুভূতি
১৩জাগ্ৰভি থিয়েটাৰমুখাৰ আঁৰৰ মুখমুনিন বৰুৱাঅৰুণ হাজৰিকা, পল ফুকন অঞ্জলী ছেত্ৰী ৬
ৰাসলীলাচম্পক শৰ্মা
কোন তুমিচম্পক শৰ্মা
১৪ৰাজশ্ৰী থিয়েটাৰ৬মিৰি জীয়ৰীহেমন্ত দত্তআশা বৰদলৈ, ৰবি শৰ্মা ইত্যাদি
দেৱদাসীঅভিজিত ভট্টাচাৰ্য
লংকাবিহীন ৰাৱণমৃদুল চুতিয়া
১৫বৃন্দাবন থিয়েটাৰৰামলীলাঅভিজিৎ ভট্টাচাৰ্যমৃদুল ভূঞা,পৰাগ শৰ্মা, মুনমী ফুকন ৬
টাইটানিক
মুক্তিযোদ্ধাৰ প্ৰেয়সী
১৬বৰদৈচিলা থিয়েটাৰতাণ্ডৱ নাচঅভিজিৎ ভট্টাচাৰ্য৬
নসাজেৰে সজাম তোমাকসতীস দাস
ঠিকনাবিহীন ঠিকনাশ্যামসুন্দৰ জালান
১৭শৰাইঘাট থিয়েটাৰসূৰ্যগ্ৰহণপৰেশ গোস্বামী, পৱিত্ৰপ্ৰাণ বৰা, ননী দেৱী আদি ৬
মহানায়ক
ৰণশিঙা

(অসমাপ্ত)

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
  2. ↑ চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
  3. ↑ (২৯ মে', ২০১৫). সাদিন (বিনোদন শিতান). পৃ. ১৩
  4. ↑ চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ২৬ জুন, ২০১৫
  5. ↑ আমাৰ অসম, চিত্ৰবাণী পৃষ্ঠা, ১০ জুলাই, ২০১৫
  6. ↑ সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, ১৪ জুলাই, ২০১৫

সম্পৰ্কিত শ্ৰেণী

ভ্ৰাম্যমাণ থিয়েটাৰঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)” প্ৰবন্ধৰ সংশোধন ৪২৪৮৬৩ (৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।