ভোজপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ভোজপুৰী ভাষাৰ সংস্কৰণ। ২০০৩ চনৰ ২১ ফেব্ৰুৱাৰীত এই ছাইটটো মুকলি কৰা হৈছিল।১ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে। ভোজপুৰী ভাষা উত্তৰ-পূব ভাৰত আৰু নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা পৰিয়াল৷২ ইয়াক প্ৰধানকৈ পশ্চিম বিহাৰ আৰু পূব উত্তৰ প্ৰদেশত কোৱা হয়।৩ এই ভাষাটো ফিজি, গায়ানা, মৰিচাছ, দক্ষিণ আফ্ৰিকা, ছুৰিনাম আৰু ট্ৰিনিদাদ আৰু ট'বাগোৰ সংখ্যালঘু ভাষা।
ব্যৱহাৰকাৰী আৰু সম্পাদক
| + Bhojpuri Wikipedia statistics৪ | |||
| Number of user accounts | Number of articles | Number of files | Number of administrators |
|---|
তথ্যসূত্ৰ
- ↑ (2016). A Study on the Usage of Internet by Working Women of Vadodara City for Performing Their Household Responsibilities. Anchor Academic Publishing. ISBN 978-3-96067-551-8
- ↑ Bhojpuri Ethnologue World Languages (2009)
- ↑ Ethnologue's detailed language map of western Madhesh; see the disjunct enclaves of language #9 in SE
- ↑ List of Wikipedias
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোজপুৰী ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫৪২৬৪ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।