এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভৰত শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- ভৰত (মহাভাৰত) - পাণ্ডৱ আৰু কৌৰৱসকলৰ পূৰ্বপুৰুষ
- ভৰত (ৰামায়ণৰ চৰিত্ৰ) - ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ
- মহৰ্ষি ভৰত - ধ্ৰুপদী সংস্কৃত সংগীতজ্ঞ আৰু নাট তত্ত্ববিদ৷
লগতে চাওক
- ভাৰত - দক্ষিণ এছিয়াত অৱস্থিত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ
- ভাৰত ৰত্ন - ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান
- মহাভাৰত - হিন্দু ধৰ্মগ্ৰন্থ
- ভাৰত মাতা - ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ
- ভাৰত মহাসাগৰ - এখন মহাসাগৰ৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৰত (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ৩৩০১০৭ (৮ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।