| # | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
|---|---|---|---|---|
| ১ | থিয়েটাৰ ভাগ্যদেৱী (সুবোধ মজুমদাৰ) | বেইমান | চম্পক শৰ্মা | চম্পক শৰ্মা, জয়ন্ত দাস, অৰুণ বেজবৰুৱা, যোগেশ কাশ্যপ, মৃণালদীপ গোস্বামী, দীপাংকৰ বৰা, দেৱীস্মিতা, বৰ্ণালী শইকীয়া, মুন শইকীয়া, পল্লৱী মেধি আৰু অৰূপ বৈশ্য১ |
| মই উজনিৰ তুমি নামনিৰ | চম্পক শৰ্মা | |||
| মোক স্বামী নালাগে | ভবেন বৰুৱা | |||
| ২ | ইতিহাস থিয়েটাৰ (মহানন্দ কুমাৰ) | ডকাইত | অভিজিত ভট্টাচাৰ্য | যতীন বৰা২ |
| ৩ | থিয়েটাৰ বীণাপাণি (ৰামদাস বৰ্মন) | অন্ধ দেৱতা | অৱতাৰ সিং | হৰগোবিন্দ বৰ্মন, ৰাতুল শইকীয়া, দিগন্ত চৌধুৰী, জোন ডেকা, গৌতমৰাজ পাৰ্থ, ধন বৰদলৈ, টিকু, সঞ্জীৱ, লুকু, পম্পী শইকীয়া, মৌচুমী শৰ্মা, বৰ্ণালী পাঠক আদি৩ |
| মাজনিশাৰ অতিথি | জিতেন বৰ্মন | |||
| সেন্দুৰৰ খেল | ৰমা বৰ্মন | |||
| (নাম স্থিৰ হোৱা নাই) | সমৰেন্দ্ৰ বৰ্মন | |||
| ৪ | ৰামধেনু থিয়েটাৰ (দুলুমনি কুমাৰ) | নিলাজ নিশাৰ চিঞৰ | অৰূপ বৰা, তাৰক দাস, শ্ৰীমন্ত মাধৱ, স্মাইলী বৰুৱা, মনীষা ইত্যাদি৪ | |
| প্ৰিয়া মিলন | ||||
| মহাত্মা | ||||
| ৫ | প্ৰাগজ্যোতিষ থিয়েটাৰ (হৰেকৃষ্ণ দাস আৰু দীপ দাস) | খলনায়ক | অভিজিৎ ভট্টাচাৰ্য | পল ফুকন, ভূপেন ডেকা, মুকিব আহমেদ, প্ৰদীপ বৰা, চম্পক শৰ্মা, আগষ্টি ফুকন, কৰবী গগৈ আদি৫ |
| বেনাম বাদশ্বাহ | অৱতাৰ সিং | |||
| এখনি আলসুৱা হৃদয় | নিৰ্মল দাস | |||
| ৬ | বৃন্দাবন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম)) | মৰমৰ সূৰুয | অভিজিৎ ভট্টাচাৰ্য | উৎপল দাস, মৃদুল ভূঞা, চিন্ময় কটকী, পংকজ পূজাৰী, বীৰেণ ভূঞা, ৰিতুপৰ্ণ ফুকন, প্ৰিয়ংকা বৰুৱা, অৰ্চনা পূজাৰী আদি৬ |
| শ্মশান যাত্ৰা | অভিজিৎ ভট্টাচাৰ্য | |||
| দেৱদাস | উজ্বল ৰবিৰাজ | |||
| ৭ | শংকৰদেৱ থিয়েটাৰ (বিশ্ব শইকীয়া) | কৃপণ দেউতাৰ গোপন কথা (পৰিচালনাঃ চম্পক শৰ্মা) | চম্পক শৰ্মা | অৰুণ হাজৰিকা, স্পন্দন, চিমি, পৱিত্ৰপ্ৰাণ বৰা, অবিনাশ হাজৰিকা, ৰিতুৰাজ, কাকু কাকতি, পল্লৱী বৰা, দীপালী বৈশ্য, জ্যোতিশিখা, বৰ্ণালী দত্ত (শিশুশিল্পী) আদি৭ |
| চুমা (পৰিচালনাঃ ৰাজেশ ভূঞা) | সমৰেন্দ্ৰ বৰ্মন | |||
| ডাক বঙলা | ডা. আক্ৰাম হাইদৰ | |||
| ৮ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) | তগৰ | অভিজিৎ ভট্টাচাৰ্য | শ্যামন্তিকা শৰ্মা, জেফি বক্সী, অশ্বিনী বৰুৱা, বিকাশ ভৰদ্বাজ, ঋতুৰাজ মহন্ত, যতীনজিৎ বৰা, ভূপেন মেধি, অভিজিৎ গোস্বামী, বিমল তালুকদাৰ, ৰাণা আহমেদ, জোনালী দেৱী, নীলিমা ডেকা, দীপান্বিতা লহকৰ আদি৮ |
| মনালিছাৰ আজি জন্মদিন | অভিজিৎ ভট্টাচাৰ্য | |||
| নীলকণ্ঠ | ড. ভৱেন্দ্ৰ নাথ শইকীয়া | |||
| ৯ | নটসূৰ্য থিয়েটাৰ (জগদীশ গগৈ) | মন হীৰা দৈ | বলীন বৰুৱা | জিতেন কোঁৱৰ, ডালিম মেধি, ৰবীন কোঁৱৰ, চন্দন বৰা, দ্বীপ বৰা, ৰাকেশ শৰ্মা, জিতু বৰা, জোনালী শইকীয়া, মৌচুমী গগৈ, সুমিত্ৰা গগৈ, বেবী দেৱী ৰাতুল দাস আদি৯ |
| কোনে জানে তোমাৰ সপোন | উগ্ৰ মেনা | |||
| অভিমানী বন্ধু | ক্ষীতিশ বৰা | |||
| ১০ | আশীৰ্বাদ থিয়েটাৰ (ৰবীন নেওগ) | অগ্নিপুত্ৰ | ধ্ৰুৱজ্যোতি শৰ্মা | ৰবি শৰ্মা, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, জিতু বৰা, অৰুণ বৰা, জয়ন্ত, ৰাণী বেগম, আৰু অংকিতা শইকীয়া আদি১০ |
| দয়ানায়ক | অভিজিৎ ভট্টাচাৰ্য | |||
| ৰণুৱা ঘোঁৰাৰ খোজ | অভিজিৎ ভট্টাচাৰ্য | |||
| ১১ | কহিনুৰ থিয়েটাৰ (ৰতন লহকৰ) | দেৱদাস | অভিজিৎ ভট্টাচাৰ্য | তপন দাস |
| এদিন তুমি আহিবাই | অভিজিৎ ভট্টাচাৰ্য | |||
| আকাশৰ দৰে মন | হেমন্ত দত্ত | |||
| ১২ | ৰাজতিলক থিয়েটাৰ (দুলুমনি দাস, পৃষ্ঠপোষক: সুশান্ত বিশ্ব শৰ্মা) | অভিনেত্ৰী | অভিজিৎ ভট্টাচাৰ্য | প্ৰস্তুতি পৰাশৰ, পৰাগ শৰ্মা, অৰুণ বৰা, নিৰঞ্জন দাস, নাজিমূল ইছলাম, কৃষ্ণমণি নাথ, অৰ্চনা বৰা ইত্যাদি।১১ |
| মহাৰাণী | অভিজিৎ ভট্টাচাৰ্য | |||
| শিপা | সেৱাব্ৰত বৰুৱা |
লগতে চাওক
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
তথ্যসূত্ৰ
- ↑ চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
- ↑ চিত্ৰবাণী, আমাৰ অসম, পৃঃ ১০, ১০ জুলাই, ২০১৩
- ↑ পৰিপূৰিকা, আমাৰ অসম, পৃষ্ঠা ৪, ১৩ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ বহুমুখ, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ১৭ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২০ জুলাই, ২০১৩
- ↑ বহুমুখ (পৰিপূৰিকা, আমাৰ অসম), চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ জুলাই, ২০১৩
- ↑ সাপ্তাহান্তিক (পৰিপূৰিকা, আমাৰ অসম), সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, পৃষ্ঠা ৪, ২৪ আগষ্ট, ২০১৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)” প্ৰবন্ধৰ সংশোধন ৪২৪৮৬৬ (৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।