অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিকুমণি বৰুৱা

নিকুমণি বৰুৱা (ইংৰাজী: Nikumoni Baruah) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। অভিনয় কৰাৰ উপৰিও তেখেতে কেইখনমান চলচ্চিত্ৰত প্ৰযোজনা কৰিছে৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা তেখেতে অভিনয় কৰি আহিছে৷ বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷

হালনাগাদ: ৩ আগষ্ট ২০২৬ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

নিকুমণি বৰুৱা (ইংৰাজী ভাষা: Nikumoni Baruah) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। অভিনয় কৰাৰ উপৰিও তেখেতে কেইখনমান চলচ্চিত্ৰত প্ৰযোজনা কৰিছে১৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা তেখেতে অভিনয় কৰি আহিছে৷ বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে১৷

অসমীয়া চলচ্চিত্ৰত নিকুমণি বৰুৱা

তথ্যসূত্ৰ

  1. ↑ (2010-09-04). Niku Moni Baruah. Assamspider.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকুমণি বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬২৩০০৯ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।