অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অতুল পাচনী

অতুল পাচনী (Atul Pachani) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৬০ চনৰ ২১ জানুৱাৰীত মাজুুলীত তেওঁৰ জন্ম হয়।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

অতুল পাচনী (Atul Pachani) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৬০ চনৰ ২১ জানুৱাৰীত মাজুুলীত তেওঁৰ জন্ম হয়।

কৰ্মজীৱন

তেওঁ অভিনীত চলচ্চিত্ৰ সমূহ হল:

  • হলধৰ
  • সাগৰলৈ বহু দূৰ
  • কইনা মোৰ ধুনীয়া
  • ককা দেউতা ঘৰ জোৱাঁই
  • প্ৰিয়াৰ মিলন
  • জোনাক বিহীন জীৱন
  • মাঘত মামণি বিয়া
  • বৰলা বিলৈ
  • বহাগত বৰলা বিয়া
  • জীৱন বাটৰ লগৰী
  • ফেনখোৱা
  • কেছটো নগেন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতুল পাচনী” প্ৰবন্ধৰ সংশোধন ৬০০০০৪ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।