অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।১

২০১২ চনলৈকে বঁটাসমূহ

এই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মাণ কৰা মনোনীত চলচ্চিত্ৰ সমূহক২ নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয়:

স্বৰ্ণ কমল পদক

ইংৰাজী নাম (Golden Lotus Award)

  • শ্ৰেষ্ঠ মনোনীত চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালনা
  • সামগ্ৰিকভাৱে বিনোদনধৰ্মী জনপ্ৰিয় চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ
  • নবাগত পৰিচালকৰ বাবে ইণ্ডিৰা গান্ধী বঁটা

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নিজ ৱেবছাইট
  2. ↑ National Film Awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানভাৰতীয় চলচ্চিত্ৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৬৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।