অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমা বিশ্বাস

সীমা বিশ্বাস (सीमा बिस्वास; Seema Biswas) (জন্ম ১৪ জানুৱাৰী, ১৯৬৫) অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰৰ বেণ্ডিত কুইনত (১৯৯৪) ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ট নাম আছে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৫ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সীমা বিশ্বাস (सीमा बिस्वास; Seema Biswas) (জন্ম ১৪ জানুৱাৰী, ১৯৬৫) অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰৰ বেণ্ডিত কুইনত (১৯৯৪) ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ট নাম আছে।

সীমা বিশ্বাসে ১৯৯৬ চনৰ বেণ্ডিত কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে চিলভাৰ লটাচ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। তেখেতে ২০০০ চনত সঙ্গীত নাটক একাডেমী পুৰস্কাৰ আৰু ২০০৬ চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে ২৬তম শ্ৰেষ্ঠা অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল।

ব্যক্তিগত জীৱন আৰু শিক্ষা

সীমা বিশ্বাসৰ জন্ম অসমৰ নলবাৰীত১ হৈছিল। তেখেতৰ পিতৃৰ নাম জগদীশ বিশ্বাস আৰু মাতৃ মীৰা বিশ্বাস। নলবাৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি তেখেতে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক উপাধি লাভ কৰে। তাৰপিছত তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (National School of Drama)ত নাম ভৰ্তি কৰে২।

চলচ্চিত্ৰত অভিনীত চৰিত্ৰসমূহ

বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাস
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাসছবি: Subhrajit · CC BY-SA 3.0
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জীৱিত য়া মৃত’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাস
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘জীৱিত য়া মৃত’ নাটকৰ এটি দৃশ্যত অভিনেত্ৰী সীমা বিশ্বাসছবি: Subhrajit · CC BY-SA 3.0
বৰ্ষচলচ্চিত্ৰচৰিত্ৰ
১৯৮৮অমসিনীসাৰদা
১৯৯৪বেণ্ডিত কুইনফুলন দেৱী
১৯৯৬খাম‌ছী: দ্যা মিউছিকেলফ্লেভি জে. ব্ৰিগেঞ্জা
১৯৯৭লেডিছ অনলি
১৯৯৮হাজাৰ চৌৰাশী কী মাচমুৰ মাতৃ
১৯৯৯বিনধাস্তচি বি আই অফিছাৰ
সমৰদুলাৰী
২০০১ধ্যাসপ্ৰভামালতী কাৰভে
২০০২দিৱানগীমনোৰোগ বিশেষজ্ঞ
কোম্পানীৰানীবাই
গৰ্ব: দ্যা ৱাউন্দতনয়া
২০০৩বুমভাৰতী
ভূতবাই
ইয়াৰকাইনেন্সীৰ ননদ
পিঞ্জৰপাগলী মহিলা
২০০৪কায়া তাৰনচিষ্টাৰ আগাঠা
দুবাৰা
এক হাচীনা থীএ চি পি মালতী বৈদ্য
হননমিছেছ হীৰালাল
২০০৫ৱাটাৰশকুন্তলা
মুম্বাই গডফাদাৰ
দ্য হোৱাইট লেণ্ডসুধাৰ মাতৃ
২০০৬বিবাহৰামা
শূন্যপ্ৰধান
জিন্দেগী ৰকছ
২০০৭ছফিয়াদ্যা মেদাম
কামাগাতা মাৰু
অমলস্বপ্না আগৰৱাল
২০০৮ষ্ট্ৰাইকাৰসিদ্ধৰ্থৰ মাতৃ
সৌৰ্য্যকেপ্তেইন জাভেদ খানৰ মাতৃ
কুকিং উইথ ষ্টেলাষ্টেলা
হেভন অন আৰ্থ
২০০৯য়ে মেৰা ইণ্ডিয়াবাই
২০১০লালবাগ পাৰেলমাতৃ
২০১১কুইনচ! ডেষ্টিনি অৱ ডান্সআম্ম
পতংগসুধা
২০১২মিডনাইটছ চিলড্ৰেনমেৰী
২০১৬কথানদীধনেশ্বৰী
ফ্ৰিকী আলীমাতৃ
২০১৭হাফ গাৰ্লফ্ৰেণ্ডমাতৃ
সমীৰমমতাজ খালা
২০১৮ভগা খিৰিকী

বঁটা, পুৰস্কাৰ আৰু সন্মান

ফিল্মফেয়াৰ বঁটা

  • ১৯৯৬: বেণ্ডিত কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা

ষ্টাৰ স্ক্ৰীন বঁটা

  • ১৯৯৬: বিজেতা: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী - হিন্দী চলচ্চিত্ৰ খাম’ছী: দ্য মিউজিকেলৰ বাবে
  • ২০০২: মনোনীত: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী - হিন্দী চলচ্চিত্ৰ কোম্পানীৰ বাবে
  • ২০০৩: মনোনীত: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী - হিন্দী চলচ্চিত্ৰ ভূতৰ বাবে

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • সীমা বিশ্বাসে ১৯৯৬ চনৰ বেণ্ডিত কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে চিলভাৰ লটাচ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।

সংগীত নাটক একাডেমী বঁটা

জেনী বঁটা

  • ২০০৬ চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে ২৬তম শ্ৰেষ্ঠা অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল।

|- ! colspan="3" style="background: #DAA520;" | ফিল্মফেয়াৰ বঁটা |-

|- ! colspan="3" style="background: #DAA520;" | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |-

|- ! colspan="3" style="background: #DAA520;" | জেনী বঁটা |-

|-

গেলেৰী

তথ্যসূত্ৰ

  1. ↑ Vasisht, Divya: "Seema Biswas: Beyond the limelight" The Times of India (online), 24 June 2003
  2. ↑ Profile and Biography of Seema Biswas the famous film actress of Assam

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীভাৰতীয় অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা বিশ্বাস” প্ৰবন্ধৰ সংশোধন ৪৯৬৯৯৬ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।