হিৰণ্য ডেকা (Hiranya Deka) অসমৰ এগৰাকী অভিনয় শিল্পী।১ ১৯৮১ চনত 'অপৰূপা' নামৰ ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰৰ জগতত খোজ পেলায়। ২তেওঁ অভিনয় কৰা অন্যান্য কথাছবি হৈছে 'ইমান মৰম কিয় লাগে', 'কন্যাদান', 'বিধাতা', 'মিঠা মিঠা লগনত', 'কাদম্বৰী', 'ৰত্নাকৰ' আদি।৩ ইয়াৰ উপৰি তেওঁ বহুকেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
| ক্ৰ নং | চলচ্চিত্ৰ | চন | ভূমিকা |
|---|---|---|---|
| ১ | অপৰূপা | ১৯৮১ | সহ-অভিনেতা |
| ২ | আই কিল্ড হিম, ছাৰ | ১৯৯৫ | সহ-অভিনেতা |
| ৩ | হিয়া দিয়া নিয়া | ২০০০ | সহ-অভিনেতা |
| ৪ | তুমি মোৰ মাথোঁ মোৰ | ২০০০ | সহ-অভিনেতা |
| ৫ | ইমান মৰম কিয় লাগে | ২০০২ | সহ-অভিনেতা |
| ৬ | কন্যাদান | ২০০২ | সহ-অভিনেতা |
| ৭ | মিঠা মিঠা লগনত | ২০০২ | সহ-অভিনেতা |
| ৮ | ত্যাগ | ২০০২ | সহ-অভিনেতা |
| ৯ | জুমন সুমন | ২০০৩ | সহ-অভিনেতা |
| ১০ | বিধাতা | ২০০৩ | সহ-অভিনেতা |
| ১১ | কাদম্বৰী | ২০০৪ | সহ-অভিনেতা |
| ১২ | কুকুৰীকণা | ২০০৫ | অভিনেতা |
| ১৩ | সৰু বোৱাৰী | ২০০৬ | সহ-অভিনেতা |
| ১৪ | অধিনায়ক | ২০০৬ | সহ-অভিনেতা |
| ১৫ | জীৱন বাটৰ লগৰী | ২০০৯ | সহ-অভিনেতা |
| ১৬ | ৰণাংগন | ২০১৩ | সহ-অভিনেতা |
| ১৭ | গানে কি আনে | ২০১৬ | সহ-অভিনেতা |
| ১৮ | কোঁৱৰপুৰৰ কোঁৱৰ | ২০১৭ | সহ-অভিনেতা |
| ১৯ | প্ৰতিঘাত | ২০১৯ | সহ-অভিনেতা |
| ২০ | ৰত্নাকৰ | ২০১৯ | সহ-অভিনেতা |
তথ্যসূত্ৰ
- ↑ Hiranya Deka. imdb.com
- ↑ (১ জানুৱাৰী, ২০১৮). সাক্ষাৎকাৰ – হিৰণ্য ডেকা. সাক্ষাৎকাৰ. ফটাঢোল
- ↑ Hiranya Deka Filmography. indianfilmhistory.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰণ্য ডেকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৮২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।