অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৎপল দাস

উৎপল দাস (ইংৰাজী: Utpal Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা৷ তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে।

হালনাগাদ: ১০ জানুৱাৰী ২০২৩ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

উৎপল দাস (ইংৰাজী ভাষা: Utpal Das) অসমৰ চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা৷১ তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, চুটি ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে।

অভিনীত অসমীয়া চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰচৰিত্ৰপৰিচালকটোকা
২০০৮ধন কুবেৰৰ ধনধীৰাজ কাশ্যপ
২০১১ৰামধেনু২মুনিন বৰুৱা
২০১১জানমনিৰাজেশ ভূঞা
২০১২ৰ’দ্গৌতম বৰুৱা
২০১২বৰলাৰ ঘৰমধুকৃষ্ণমানি চি. কাপেনদ্বিভাষিক চলচ্চিত্ৰ (অসমীয়া-বাংলা )
২০১৩দুৰ্জনমৌপ্ৰাণ শৰ্মা
২০১৬দূৰদৰ্শন এটি যন্ত্ৰৰাজেশ ভূঞা
২০১৭কোঁৱৰপুৰৰ কোঁৱৰৰাজেশ ভূঞা
২০১৮দ্য আণ্ডাৰৱ'ৰ্ল্ডৰাজেশ যশপাল

অভিনীত অসমীয়া ভিচিডি

  • ৰিঙা ৰিঙা মন
  • জানমনি ১
  • জানমনি ২
  • পুৰ্ণিমা ১
  • পুৰ্ণিমা ২
  • উৰণীয়া মন
  • জোনাকী মন
  • সোণাৰুৰ হালধীয়া হাঁহি
  • চিন্তামনি
  • অলকানন্দা
  • ফাগুণী
  • চানেকী

টিভি ধাৰাবাহিক

চলচ্চিত্ৰ আৰু ভিচিডিত অভিনয় কৰাৰ বাদেও তেখেতে টিভি ধাৰাবাহিকতো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল দুখনমান হ’ল:-

  • অনুৰাধা , ৰং যোগে সম্প্ৰচাৰিত।
  • তুমি দুচকুত কাজল ল’লে, ৰং যোগে সম্প্ৰচাৰিত।
  • বিন্দাছ, ৰং যোগে সম্প্ৰচাৰিত।
  • মৰমৰ অনুৰাধা, ৰেঙণি যোগে সম্প্ৰচাৰিত।

তথ্যসূত্ৰ

  1. ↑ Utpal Das
  2. ↑ Utpal Das Filmography

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎপল দাস” প্ৰবন্ধৰ সংশোধন ৩৪২৬৪২ (১০ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।