বৰষা ৰাণী বিষয়া (Barsha Rani Bishaya) এগৰাকী অসমৰ চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী।১২ তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে।৩ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেতে বিহু নৃত্যটো তেখেতৰ যথেষ্ট সুনাম আছে।৪ ২০২১ চনত ভাস্কৰ বৰাৰ সৈতে বিবাপাশত আবদ্ধ হয়।
অভিনয় জীৱন
বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে। এতিয়ালৈ বহুটো ছবিত অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।।৫ তেওঁ অভিনীত চলচ্চিত্ৰ বসুন্ধৰাই ৫৭-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে। ৬
অভিনীত চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক |
|---|---|---|
| ১৯৯৮ | যৌৱনে আমনি কৰে | অশোক কুমাৰ বিষয়া |
| ১৯৯৯ | বুকুৰ মাজত জ্বলে | অশোক কুমাৰ বিষয়া |
| ২০০০ | জোন জ্বলে কপালত | মুন্না আহমেদ |
| ২০০১ | আই লাভ ইউ | অশোক কুমাৰ বিষয়া |
| ২০০২ | মিঠা মিঠা লগনত | অচ্যুত কুমাৰ ভাগৱতী সুশান্ত মজিন্দাৰ বৰুৱা |
| ২০০২ | মাঘত মামণিৰ বিয়া | চন্দ্ৰ মুদৈ |
| ২০০৩ | অৰ্পণ | কৃষ্ণ ফুকন |
| ২০০৩ | জুমন সুমন | মহিবুল হক |
| ২০০৩ | উজনিৰ দুজনী গাভৰু | চন্দ্ৰ মুদৈ |
| ২০০৩ | বিধাতা | মুনিন বৰুৱা |
| ২০০৫ | হিয়াৰ দাপোনত তোমাৰে ছবি | শিবানন বৰুৱা |
| ২০০৫ | চেনাই মোৰ ঢুলীয়া | চন্দ্ৰ মুদৈ |
| ২০০৯ | ধুনীয়া তিৰোতাবোৰ | প্ৰদ্যুত কুমাৰ ডেকা |
| ২০১০ | বসুন্ধৰা৭ | হীৰেন বৰা |
| ২০১১ | তোমাৰ খবৰ | ৰাজীৱ বৰা |
| ২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
| ২০১২ | মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা |
| ২০১৫ | খেল-দ্য গেম | অশোক কুমাৰ বিষয়া |
| ২০১৭ | তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা |
| ২০১৮ | ৰক্তবীজ | বিশ্বজিৎ বৰা |
| ২০১৮ | তাণ্ডৱ অৱ পাণ্ডৱ | প্ৰীয়ম নিৰ্মল |
| ২০১৯ | ৰত্নাকৰ | যতীন বৰা |
| ২০২১ | ফিচা (ৱেব ছিৰিজ) | সংকল্পজিৎ হাজৰিকা |
| ২০২২ | গুৱাহাটী ডায়েৰিজ | প্ৰশান্ত শইকীয়া |
| ২০২২ | ৰাজনীতি | মঞ্জিত শৰ্মা |
চুটি ছবি
| + | বৰ্ষ | চলচ্চিত্ৰ |
| ২০২০ | Tell Me It's Grey | |
| ২০২১ | Sorry | |
| ২০২১ | Fissa | |
| ২০২২ | Wrong Number | |
| ২০২১ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | চলচ্চিত্ৰ | বিভাগ | ফলাফল |
|---|---|---|---|---|
| ২০১৩ | প্ৰাগ চিনে এৱাৰ্ড | Me & My Sister | শ্ৰেষ্ঠা মহিলা অভিনেত্ৰী | |
| ২০১৬ | Khel-The Game | |||
| ২০২১৮ | ৰত্নাকৰ |
বাহ্যিক সংযোগ
- ৰূপালীপৰ্দাত বৰ্ষাৰাণী বিষয়াৰ বিষয়ে
- Barasha Rani Bishaya আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়
তথ্যসূত্ৰ
- ↑ (2013-01-25). Barsha Rani Bishaya | 'About Assam' – Get Latest News of Assam, Jobs in Assam, Tourism in Assam. Aboutassam.in
- ↑ rupaliparda.com accessdate: 2013-01-31
- ↑ 57th National Film Awards. Directorate of Film Festivals. পৃ. 112–113
- ↑ janambhumi: Barsha Rani Bishaya's latest Bihu dance video is a heart winner
- ↑ Guwahati Diary: Popular Assamese actress Barsha Rani Bishaya ties the knot. The New Indian Express
- ↑ 57th National Film Awards. Directorate of Film Festivals. পৃ. 112–113
- ↑ আৰ্কাইভ কপি
- ↑ Prag Cine Awards 2021: Top awards to top movies of Northeast
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰষা ৰাণী বিষয়া” প্ৰবন্ধৰ সংশোধন ৫৪৩২০৭ (১১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।