গায়ত্ৰী মহন্ত (ইংৰাজী ভাষা: Gayatri Mahanta) এগৰাকী অসমৰ চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। অসমৰ শোণিতপুৰ জিলা জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি মহকুমাত ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়১২। গায়ত্ৰী মহন্তই ১৯৯৫ চনত তেখেতৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল "নৰ্থ ইষ্ট মেগা ফেশ্বন শ্ব"ৰ যোগেদি। তেখেতৰ চিত্ৰ অসমৰ বিভিন্ন আলোচনী আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আলোচনী ফিল্মফেয়াৰ, বজাৰ আদিৰ বেটুপাতত স্থান লাভ কৰিছে৩।
অভিনীত চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | পৰিচালক | টোকা |
|---|---|---|---|
| ২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা | |
| ২০০৩ | জুমন সুমন | মহিবুল হক | |
| ২০০৪ | দীনবন্ধু (চলচ্চিত্ৰ) | মুনিন বৰুৱা | |
| ২০০৫ | জীৱন তৃষ্ণা | অৰূপ মান্না | |
| ২০০৬ | দেউতা দিয়া বিদায় | ৰমেশ মোডী | |
| ২০১১ | পলে পলে উৰে মন | তিমথী দাস হাঞ্চে |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gayatri Mahanta,গায়ত্ৰী মহন্ত,Assamese Actress | humty dumty. Humtydumty.inGAYATRI MAHANTA | ASSAMESE ACTRESS
- ↑ Gayatri Mahanta. Onlinesivasagar.com
- ↑ Gayatri Mahanta`s. Nth Wall
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গায়ত্ৰী মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০৫৭১২ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।