অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় শংকৰ

বিজয় শংকৰ (Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিজয় শংকৰ (Bijay Sankar) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেতা আছিল। তেওঁৰ জনপ্ৰিয় নাম হৈছে অকুদা। পঞ্চাচ আৰু ষাঠিৰ দশক দুটা অসমীয়া চলচ্চিত্ৰত তাৰকা প্ৰথাৰ আৰম্ভণি হোৱাৰ প্ৰত্যক্ষদৰ্শী। সেই সময়চোৱাত অসমৰ চলচ্চিত্ৰ জগতত জ্ঞানদা কাকতি, বিদ্যা ৰাও (অভিনেত্ৰী), বিজু ফুকন, বিজয় শংকৰৰ দৰে প্ৰতিভাশালী তাৰকাৰ প্ৰবেশ ঘটিছিল। বিজয় শংকৰৰ প্ৰথম ছবি এৰা বাটৰ সুৰ, যিখন ছবি ভূপেন হাজৰিকাৰো প্ৰথম পৰিচালনা আছিল।১

চলচ্চিত্ৰপঞ্জী

তথ্যসূত্ৰ

  1. ↑ How Assamese film found its mojo. scroll.in
  2. ↑ মঞ্চলেখা, পৃষ্ঠা, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  3. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ). শশী শিশু প্ৰকাশন, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় শংকৰ” প্ৰবন্ধৰ সংশোধন ৬১৯১১৬ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।