অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুমণি নেওগ

জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে।

হালনাগাদ: ১৭ জুলাই ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে১। বলিউডত তেওঁ "ক্ৰেজী কেট" নামেৰেও পৰিচিত২।

কৰ্মৰাজী

'কলগেট জেল' আৰু 'চানচুই টিভি'ৰ মডেল হিছাপে মডেলিংৰে কেৰিয়াৰ আৰম্ভ কৰা নন্দিনী বৰ্তমান মুম্বাই চলচিত্ৰ জগতৰ চিনাকি নাম।

ভিডিঅ' এলবাম

  1. বিকিনি লাউঞ্জ
  2. ক্ৰেজিকেট
  3. ৰিটাৰ্ণ অব ক্ৰেজিকেট
  4. কুল ক্ৰেজিকেট ৩

অসমীয়া চলচিত্ৰ

তুমিয়ে মোৰ কল্পনাৰ

হিন্দী চলচিত্ৰ

  1. 'কচক'(লাকী আলিৰ সৈতে)
  2. 'বনি এণ্ড বাবলু'(কে.কে মেননৰ সৈতে)

ইতিমধ্যে নন্দিনীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পাঁছশৰো অধিক মঞ্চ অনুষ্ঠান পৰিবেশন কৰিছে। তেওঁ 'হিন্দুস্তান টাইমচ কাফেৰ' এগৰাকী স্তম্ভ লেখিকা আছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nandini Jumani Biography. ApunKaChoice
  2. ↑ (June 17, 2008). Krazy Kat - Nandini Jumani. BollyBite
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Workography. Official webpage

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুমণি নেওগ” প্ৰবন্ধৰ সংশোধন ৫২৪৬২৮ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।