অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুনা লহকৰ

লুনা লহকৰ (ইংৰাজী: Luna Lahkar) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

লুনা লহকৰ (ইংৰাজী ভাষা: Luna Lahkar) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল১।

অভিনীত অসমীয়া চলচ্চিত্ৰ

তথ্যসূত্ৰ

  1. ↑ www.imdb.com/name/nm4273429/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুনা লহকৰ” প্ৰবন্ধৰ সংশোধন ৪৩৬১৫৪ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।