অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেৰবাদ

থেৰবাদ (; পালি: ථේරවාද, সংস্কৃত: 𑀣𑁂𑀭𑀯𑀸𑀤 স্থিৰবাদ) বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়। থেৰবাদৰ অৰ্থ "জ্যেষ্ঠসকলৰ তত্ত্ব।" এই সম্প্ৰদায়ৰ বৌদ্ধসকলক থেৰবাদিন বোলা হয়। তেওঁলোকে এহাজাৰ বছৰতকৈও অধিক সময় ধৰি পালি ধৰ্মানুশাসনত গৌতম বুদ্ধৰ বাণীৰ থেৰবাদী সংস্কৰণ সংৰক্ষণ কৰি ৰাখিছে।

হালনাগাদ: ৩১ জুলাই ২০২২ ৪৬২ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

থেৰবাদ (; পালি: ථේරවාද, সংস্কৃত: 𑀣𑁂𑀭𑀯𑀸𑀤 স্থিৰবাদ১২) বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়।৩৪ থেৰবাদৰ অৰ্থ "জ্যেষ্ঠসকলৰ তত্ত্ব।" এই সম্প্ৰদায়ৰ বৌদ্ধসকলক থেৰবাদিন বোলা হয়। তেওঁলোকে এহাজাৰ বছৰতকৈও অধিক সময় ধৰি পালি ধৰ্মশাস্ত্ৰত গৌতম বুদ্ধৰ বাণীৰ থেৰবাদী সংস্কৰণ সংৰক্ষণ কৰি ৰাখিছে।৫৬৭

বিকাশ

পালি ধৰ্মানুশাসন যিকোনো ভাৰতীয় শাস্ত্ৰীয় ভাষাত (পালি ভাষাত) অস্তিত্বত থকা আটাইতকৈ সম্পূৰ্ণ বৌদ্ধ লেখৰ সংকলন।৮ পালি থেৰবাদৰ পৱিত্ৰ ভাষা আৰু সাধাৰণ সংযোগী ভাষা।৯ মহাযান আৰু বজ্ৰযানৰ তুলনাত থেৰবাদ তত্ত্ব (পৰিযত্তি) আৰু অনুশাসনক (বিনয়) লৈ অধিক সংৰক্ষণশীল।১০ উদাহৰণ স্বৰূপে, থেৰবাদত মহাযান সূত্ৰক মান্যতা প্ৰদান কৰা নহয় (সকলো মহাযান সূত্ৰ খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছৰ)।১১১২

আধুনিক থেৰবাদৰ উৎস মহাবিহাৰ ক্ৰম। মহাবিহাৰ ক্ৰম শ্ৰীলংকাৰ বিভাজ্জবাদৰ পৰা অহা, যি ভাৰতৰ স্থবিৰ নিকায়ৰ পৰা অহা। খ্ৰীষ্টপূৰ্ব ৩০০ৰ পৰা শ্ৰী লংকাত ইয়াৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিলে। শ্ৰী লংকাতেই পালি ধৰ্মানুশাসন প্ৰথমবাৰৰ বাবে লিখিত ৰূপত তৈয়াৰ কৰা হ'ল আৰু তাৰ সমীক্ষা-সম্বন্ধীয় সাহিত্যৰ বিকাশ হ'ল।

বিশ্বাসী

শ্ৰীলংকাৰ পৰা থেৰবাদ পাছলৈ দক্ষিণ-পূব এছিয়ালৈ বিয়পিল।১৩ কম্বোডিয়া, লাউচ, ম্যানমাৰ, শ্ৰীলংকা আৰু থাইলেণ্ডত থেৰবাদিনৰ সংখ্যাগড়িষ্ঠতা আছে। ভাৰত, বাংলাদেশ, চীন, নেপাল আৰু ভিয়েটনামত ই এক সংখ্যালঘু ধৰ্ম। তদুপৰি, আন আন ঠাইতো থেৰবাদলৈ ধৰ্মান্তৰিত হোৱা লোক আছে।

আধুনিক কালত বৌদ্ধ আধুনিকতাবাদ, বিপশ্যনা আন্দোলন আদিয়ে থেৰবাদী ধ্যানক অধিক জনপ্ৰিয় কৰি তুলিছে। থাই বন পৰম্পৰাই ভাৰত, নেপাল, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত থেৰবাদক বিয়পোৱাত সহায় কৰিছে।

উৎস

  • Braun, Eric. (2018). The Insight Revolution. Lion's Roar
  • (2004). Encyclopedia of Buddhism. MacMillan
  • Crosby, Kate. (2013). Theravada Buddhism: Continuity, Diversity, and Identity. Wiley-Blackwell
  • Dutt, Nalinaksha. (1998). Buddhist Sects in India. Motilal Banarsidass Publishers Private Limited
  • Gombrich, Richard F. (1996). Theravāda Buddhism. A Social History from Ancient Benares to Modern Colombo. Routledge
  • Gombrich, Richard F. (1997). How Buddhism Began. The Conditioned Genesis of the Early Teachings. Munshiram Manoharlal Publishers Pvt. Ltd.
  • Gomez, Luis O. (1991). Purifying Gold: The Metaphor of Effort and Intuition in Buddhist Thought and Practice. In: Peter N. Gregory (editor)(1991), Sudden and Gradual. Approaches to Enlightenment in Chinese Thought'''. Motilal Banarsidass Publishers Private Limited
  • Gunaratana, Henepola. (1994). The Path of Serenity and Insight. Motilal Banarsidass Publishers Private Limited
  • Kalupahana, David J. (1994). A history of Buddhist philosophy. Motilal Banarsidass Publishers Private Limited
  • McMahan, David L. (2008). The Making of Buddhist Modernism. Oxford University Press. ISBN 9780195183276
  • Nyanaponika. (1998). Het hart van boeddhistische meditatie (The heart of Buddhist Meditation). Asoka
  • Polak, Grzegorz. (2011). Reexamining Jhana: Towards a Critical Reconstruction of Early Buddhist Soteriology. UMCS
  • Salgado, Nirmala S. (November 2013). Buddhist Nuns and Gendered Practice: In Search of the Female Renunciant. OUP. ISBN 978-0-19-976001-5
  • Tiyavanich, K. (1997). Forest Recollections: Wandering Monks in Twentieth-Century Thailand. University of Hawaii Press
  • Tuchrello, William P. (n.d.). The Society and Its Environment. (Religion: Historical Background section). Federal Research Division, Library of Congress
  • Warder, A.K. (2000). Indian Buddhism. Motilal Banarsidass Publishers

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  2. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  3. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  4. ↑ Reynolds, Frank E.; Kitagawa, Joseph M.; Nakamura, Hajime. (2018). Theravada. britannica.com. Encyclopaedia Britannica
  5. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  6. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  7. ↑ Gyatso, Tenzin. (2005). In the Buddha's Words: An Anthology of Discourses from the Pali Canon. Wisdom Publications. পৃ. ix. ISBN 978-0-86171-491-9
  8. ↑ Reynolds, Frank E.; Kitagawa, Joseph M.; Nakamura, Hajime. (2018). Theravada. britannica.com. Encyclopaedia Britannica
  9. ↑ Crosby, Kate (2013), Theravada Buddhism: Continuity, Diversity, and Identity, p. 2
  10. ↑ Gombrich, Richard (2006), Theravada Buddhism: A Social History from Ancient Benares to Modern Colombo, Routledge; 2nd edition, p. 37
  11. ↑ Hay, Jeff (2009). "World Religions" p. 189. Greenhaven Publishing LLC
  12. ↑ Buswell, Robert E (2004). Macmillan Encyclopedia of Buddhism (2004), p. 293
  13. ↑ Prebish, Charles S. (1975). Buddhism – a modern perspective. Pennsylvania State University Press. ISBN 0271011858

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেৰবাদ” প্ৰবন্ধৰ সংশোধন ৩২৯৫৯০ (৩১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।