অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

থেইয়া (অপেশ্বৰী)

থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia, আক্ষৰিক অৰ্থ: 'ঈশ্বৰ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তিনি হাজাৰ সামুদ্ৰিক নিম্ফৰ (অপেশ্বৰী) ভিতৰত অন্যতম৷ তেওঁ টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা আৰু চাৰ্কোপেছৰ মাতৃ।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

থেইয়া (/ˈθiːə/; প্ৰাচীন গ্ৰীক: Θεία, ইংৰাজী: Theia, আক্ষৰিক অৰ্থ: 'ঈশ্বৰ') গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তিনি হাজাৰ সামুদ্ৰিক নিম্ফৰ (অপেশ্বৰী) ভিতৰত অন্যতম৷ তেওঁ টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা আৰু চাৰ্কোপেছৰ মাতৃ। অ’চেনাছ আৰু টেথিছৰ ভগ্নী তথা হেলিঅ’ছ, ছেলেনে আৰু ইঅ’ছৰ মাতৃ থেইয়া আৰু এই থেইয়া পৃথক ব্যক্তিত্ব।

কিংবদন্তি

সামুদ্ৰিক অপেশ্বৰী১ থেইয়াই তেওঁৰ নিজৰ পিতৃ অ'চেনাছৰ ঔৰসত চেৰকোপেছ২৩ নামৰ দুজন দুষ্ট ইম্পিচ চোৰৰ মাতৃ হৈছিল।৪ যেতিয়া তেওঁৰ পুত্ৰ দুজনে বীৰ হেৰাক্লিছৰ ওচৰত চোৰ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া হেৰাক্লিছে তেওঁলোকক ধৰি বান্ধি পেলাইছিল আৰু তেওঁলোকক হত্যা কৰিবলৈ লৈছিল; থেইয়াই তেওঁক নিজৰ পুত্ৰসকলক এৰি দিবলৈ অনুৰোধ কৰিলে।৫ তাৰ পিছত তেওঁলোকক বান্দৰ বা শিললৈ ৰূপান্তৰিত কৰা হয়।৪

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Tzetzes ad Lycophron, 91
  2. ↑ Fowler 2013, পৃ. 323
  3. ↑ Worthen 1991, পৃ. p. 141
  4. ↑ "Cercopes ." Suda On Line. Tr. Jennifer Benedict. 11 April 2009
  5. ↑ Suda, s.v. Ἀγορὰ Κερκώπων

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেইয়া (অপেশ্বৰী)” প্ৰবন্ধৰ সংশোধন ৫৪৯৮২৭ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।