অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

থমাছ মান

থমাছ মান (Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত পত্ৰিকাসমূহত গল্প লিখিছিল। জাৰ্মান সাহিত্য শাখাৰ উপদেষ্টাৰূপে তেওঁক লাইব্ৰেৰী অব কংগ্ৰেছৰ ফেলো নিযুক্তি দিয়া হৈছিল।

হালনাগাদ: ১২ অক্টোবৰ ২০২৪ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

থমাছ মান (Thomas Mann) হৈছে এগৰাকী জাৰ্মানী কথাশিল্পী। ১৯ বছৰ বয়সতে তেওঁ মিউনিকৰ বিখ্যাত পত্ৰিকাসমূহত গল্প লিখিছিল। জাৰ্মান সাহিত্য শাখাৰ উপদেষ্টাৰূপে তেওঁক লাইব্ৰেৰী অব কংগ্ৰেছৰ ফেলো নিযুক্তি দিয়া হৈছিল।১

জন্ম

১৮৭৪ চনৰ ৬ জুন তাৰিখে জাৰ্মানীৰ লুবেক চহৰত থমাছ মানৰ জন্ম হয়।২

শিক্ষা

থমাছ মানৰ শিক্ষাজীৱন আৰম্ভ হয় লুবেক চহৰতে।৩১৯ বছৰতে তেওঁ স্কুলীয়া জীৱনৰ পৰিসমাপ্তি ঘটায়।

সাহিত্যৰাজি

চুটি গল্প

  • ১৮৯৪: "গেফলন”
  • ১৮৯৬: "লিটল হেৰ ফ্ৰিডেমান" ("ডেৰ ক্লেইন হেৰ ফ্ৰিডেমান")
  • ১৮৯৭: "দ্য ক্লাউন" ("ডেৰ বাজাজ্জো")
  • ১৮৯৭: "দি ডিলেটেণ্টে"
  • ১৮৯৮: "টবিয়াছ মিণ্ডাৰনিকেল"
  • ১৮৯৯: "দ্য ৱাৰ্ডৰোব" ("ডেৰ ক্লিডাৰ্শ্ৰেংক")
  • ১৯০০: "লুইচেন" ("লিটল লেজি") – ১৮৯৭ চনত লিখা
  • ১৯০০: "দ্য ৰোড টু দা চাৰ্চয়াৰ্ড" ("ডেৰ ৱেগ জুম ফ্ৰিডহোফ")
  • ১৯০৩: "দ্য হাংৰি"
  • ১৯০৩: "দ্য চাইল্ড প্ৰডিজি" ("দাস ৱুণ্ডাৰকিণ্ড")
  • ১৯০৪: "এ গ্লেম”

উপন্যাস

  • ১৯০১: বুডেনব্ৰুকছ (বুডেনব্ৰুকছ – ভাৰ্ফল ইনাৰ ফেমিলি)
  • ১৯০৯: ৰয়েল হাইনেছ
  • ১৯২৪: দ্য মেজিক মাউণ্টেইন (ডেৰ জাউবাৰবাৰ্গ)
  • ১৯৩৯: লোটে ইন ৱেইমাৰ: দ্য প্ৰিয় ৰিটাৰ্ণছ
  • ১৯৪৭: ডক্টৰ ফাউষ্টাছ (ডকটৰ ফাউষ্টাছ)

বঁটা আৰু সন্মান

  • থমাছ মানে বাডেনব্ৰকচ গ্ৰন্থৰ বাবে ১৯২৯ চনত সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩১
  2. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
  3. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০
  4. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:২০০০,পৃষ্ঠা নং:৩০

সম্পৰ্কিত শ্ৰেণী

জাৰ্মানীৰ ব্যক্তিসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থমাছ মান” প্ৰবন্ধৰ সংশোধন ৪৩৬৯৭২ (১২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।