অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

থুনুকী দাস

থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই…

হালনাগাদ: ২৫ আগষ্ট ২০২৩ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৩৫
সংশোধনৰ পৰামৰ্শ

থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই মৃত্যু ঘটে৷১

তথ্যসূত্ৰ

  1. ↑ দেশৰ হকে প্ৰাণ ত্যাগ কৰা ...

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীঅসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থুনুকী দাস” প্ৰবন্ধৰ সংশোধন ৩৭৫৫৮৩ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।