অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

থাইলেচিন

থাইলেচিন (Thylacine) আধুনিক যুগৰ জ্ঞাত প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসভোজী মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিংশ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল।

হালনাগাদ: ৮ জুলাই ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

থাইলেচিন (Thylacine) আধুনিক যুগৰ জ্ঞাত প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসভোজী মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিংশ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল। ইহঁত 'থাইলেচিনিডায়' (Thylacinidae) পৰিয়ালৰ শেষ প্ৰজাতি আছিল কাৰণ বাকী গোটেইবিলাক প্ৰজাতি ৫০ লাখমান বছৰ আগতেই বিলুপ্ত হৈ গৈছিল।

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীমাংসভোজী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাইলেচিন” প্ৰবন্ধৰ সংশোধন ৫২২৬৬৬ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।