অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
বৰ্ষছবিপৰিচালকসংগীত পৰিচালকমুক্তিৰ তাৰিখটোকা
২০০০যুগান্তৰৰ তেজাল পুৱাজন্‌ছ মহলীয়া
হিয়া দিয়া নিয়ামুনিন বৰুৱাজুবিন গাৰ্গ
মৎস্যগন্ধাসঞ্জীৱ হাজৰিকা
মৃত্যুহীন জীৱনমনোৰঞ্জন শূৰ
নিষিদ্ধ নদীবিদ্যুৎ চক্ৰৱৰ্তীশ্বেৰ চৌধুৰী১৮ ফেব্ৰুৱাৰী, ২০০০শ্ৰেষ্ঠ ছবিৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৫১
তুমি মোৰ মাথোঁ মোৰজুবিন গাৰ্গজুবিন গাৰ্গ
অহংকাৰপ্ৰদীপ হাজৰিকা
ভূমিপুত্ৰজয়ন্ত দাস
জোন জ্বলে কপালতমুন্না আহমেদ
পখীজাহ্নু বৰুৱাৱাই. এছ. মূল্কী৭ এপ্ৰিল, ২০০০৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা২
২০০১দাগমুনিন বৰুৱাজুবিন গাৰ্গ
নায়কমুনিন বৰুৱাজুবিন গাৰ্গ
গৰম বতাহব্ৰজেন বৰা
এই মৰম তোমাৰ বাবেতৌফিক ৰহমান
২০০২কন্যাদানমুনিন বৰুৱাজুবিন গাৰ্গ
আই লাভ ইউঅশোক কুমাৰ বিষয়া
অন্য এক যাত্ৰামঞ্জু বৰা
আছেনে কোনোবা হিয়াতবাহাৰুল ইছলাম
শেষ উপহাৰগোপাল বৰঠাকুৰ
সেউজী ধৰণী ধুনীয়াৰাজীৱ ভট্টাচাৰ্য
কইনা মোৰ ধুনীয়াসুমন হৰিপ্ৰিয়া
বিস্ফোৰণকন্দৰ্প শইকীয়া
এই মৰম তোমাৰ বাবেতৌফিক ৰহমান
গুণ গুণ গানে গানেবিদ্যুৎ চক্ৰৱৰ্তী
মনবাণী দাস
জখমমুন্না আহমেদ
জীৱন নদীৰ দুটি পাৰমুন্না আহমেদ
ককাদেউতাৰ ঘৰজোঁৱাইসুমন হৰিপ্ৰিয়া
ইমান মৰম কিয় লাগেঅলক নাথ
জোনাকী মনজীৱৰাজ বৰ্মন
প্ৰেম আৰু প্ৰেমশম্ভু গুপ্তা
তুমিয়ৈ মোৰ কল্পনাবিপুল কুমাৰ বৰুৱা
প্ৰিয়া অ' প্ৰিয়াঅঞ্জন কলিতা
ত্যাগ (চলচ্চিত্ৰ)নাৰায়ণ শীল
মৰমী হ'বানে লগৰীইছা খান
মিঠা মিঠা লগনতঅচ্যুত কুমাৰ ভাগৱতী
পানৈ-জংকিদিলীপ দলে, নাৰায়ণ শীল
প্ৰেম গীতআশিস শইকীয়া
শ্বাংগালি (বড়ো ভাষাৰ ছবি)খনিন্দ্ৰ বড়ো
২০০৩প্ৰেম ভৰা চকুলোপ্ৰবীণ বৰা
কণিকাৰ ৰামধেনুজাহ্নু বৰুৱা৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
পত্নীপুলক গগৈ
তৰাজাহ্নু বৰুৱা৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ শিশু ছবিৰ বঁটা৩
বিধাতামুনিন বৰুৱা
হিটলিষ্টদীনেশ গগৈ
সত্যম শিৱম সুন্দৰমব্ৰজেন বৰা
মাপদ্ম কৈৰী
আকাশীতৰাৰ কথাৰেমঞ্জু বৰা৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা৩
প্ৰিয়া মিলনমুন্না আহমেদ
এয়েই জোনাকবিহীন জীৱনমুন্না আহমেদ
বন্ধনতৌফিক ৰহমান
ৰংবিনগৌতম চেটাৰ্জী
অৰ্পণকৃষ্ণ ফুকন
অগ্নিসাক্ষীযদুমণি দত্ত
সৰু বোৱাৰীচক্ৰধৰ ডেকা
হেঁপাহশংকৰ বৰুৱা
জুমন-সুমনমহিবুল হক
এটি কলি দুটি পাতনয়নমণি বৰুৱা
২০০৪বাৰুদমুনিন বৰুৱা
হৃদয় কঁপোৱা গানজয়ন্ত নাথ১৬ জানুৱাৰী ২০০৪
দীনবন্ধুমুনিন বৰুৱা৫২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
অনুৰাগবিদ্যুৎ চক্ৰৱৰ্তী
মনত বিৰিণাৰ জুইঅশোক কুমাৰ বিষয়া
লাজমঞ্জু বৰাভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
মা তুমি অনন্যামুন্না আহমেদ
জুয়ে পোৰা সোণসঞ্জীৱ সভাপণ্ডিত৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰ্যাৱৰণ সংৰক্ষণ/ পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটী৩
হৃদয় কপোঁৱা গানজয়ন্ত নাথ
চক্ৰব্যূহপ্ৰাঞ্জল শইকীয়া
ৰংমনঅমল বৰুৱা
মায়াৰাজেশ ভূঞা, পবিত্ৰ মাৰ্ঘেৰিটা
২০০৫অন্তহীন যাত্ৰামুন্না আহমেদ
কদমতলে কৃষ্ণ নাচেসুমন হৰিপ্ৰিয়া৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
দি ছিক্সথ ডে অৱ ক্ৰিয়েচনদীপা ভট্টচাৰ্য
চেনাই মোৰ ঢুলীয়াচন্দ্ৰ মুদৈ
সোণৰ খাৰু নালাগে মোকৰজনী বৰ্মন
জীৱন তৃষ্ণাঅৰূপ মান্না
হিয়াৰ দাপোনত তোমাৰেই ছবিশিৱানন বৰুৱা
চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)চন্দ্ৰ মুদৈ
২০০৬জয়মতীমঞ্জু বৰাভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
অহিৰ ভৈৰৱশিৱপ্ৰসাদ ঠাকুৰ
অঘৰী আত্মামুন্না আহমেদ
আমি অসমীয়াৰাজীৱ ভট্টাচাৰ্য
জাতিঙ্গা ইত্যাদিসঞ্জীৱ সভাপণ্ডিত
অধিনায়ক (চলচ্চিত্ৰ)যতীন বৰা
স্নেহবন্ধনদেৱজিত অধিকাৰী
২০০৭আইদেউঅৰূপ মান্না৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
জোনদা ইমান গুণ্ডাচন্দ্ৰ মুদৈড: হিতেশ বৰুৱা
নীলকণ্ঠৰজনী বৰ্মন
২০০৮ধন কুবেৰৰ ধনধীৰাজ দাস কাশ্যপ
আজান ফকীৰ চাহেব (চলচ্চিত্ৰ)বাণী কলিতাদ্বিজেন কোঁৱৰ, হাফিজা বেগম চৌধুৰী, তুলিকা লহকৰ২৫ এপ্ৰিল
মন যায় (চলচ্চিত্ৰ)এম মণিৰামজুবিন গাৰ্গ১২ ছেপ্তেম্বৰ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
২০০৯জীৱন বাটৰ লগৰীতিম'থি দাস হান্সে
আই ক'ত নাইমঞ্জু বৰাআইজাক থমাচ কট্টুকাপল্লী১২ ছেপ্তেম্বৰ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় ঐক্যৰ শ্ৰেষ্ঠ ছবিৰ 'নাৰ্গিছ দত্ত বঁটা'৪
ধুনীয়া তিৰোতাবোৰপ্ৰদ্যুৎ কুমাৰ ডেকা
অ' মোৰ মনে তৰাহেমন্ত কলিতা

তথ্যসংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Feature Film Productions and Co -Productions. Cultural Affairs, Govt. of Assam
  2. ↑ (২০১১). পখী (চলচ্চিত্ৰ)ৰ প্ল'ট. Jahnu Barua
  3. ↑ 51st National Film Awards. Directorate of Film Festival, Govt. of India. পৃ. 24, 64, 148, 22, 156
  4. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰঅসম সম্পৰ্কীয় তালিকা২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰমুক্তিৰ দশক অনুসৰি অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫২৯১৬৫ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।