হৃদয় কঁপোৱা গান (ইংৰাজী:Hriday Kapowa Gaan) ২০০৪১ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী ইত্যাদি।২ ৩
অভিনয়ত
- যতীন বৰা
- প্ৰস্তুতি পৰাশৰ
- নিপন গোস্বামী
- ৰীনা বৰা
- দেৱজিত মজুমদাৰ
- পুৰৱী শৰ্মা
- অৰুণ হাজৰিকা
- আকাশীতৰা
- দীনেশ দাস
- হিৰণ্য দাস
- হিৰণ্য ডেকা
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা জয়ন্ত নাথৰ। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, কুমাৰ চানু, বিনোদ ৰাথোৰ, মহালক্ষ্মী আয়াৰ, কল্পনা পাটোৱাৰী, শান্তা উজীৰ, শাশ্বতী ফুকন, পবিত্ৰ মাৰ্ঘেৰিটা, মিন্তুমণি শইকীয়া, জয়া ইৰাণী, মহেন্দ্ৰ হাজৰিকা আৰু জয়ন্ত নাথে। এলবামটিত মুঠ ৮টি গীত সন্নিবিষ্ট আছে।৪
বাহ্যিক সংযোগ
হৃদয় কঁপোৱা গান - IMDb
তথ্যসূত্ৰ
- ↑ List of Assamese films of the 2000s. Wikipedia
- ↑ Hriday Kapowa gaan. Revolvy
- ↑ Hridoy Kapowa Gaan · 2004 · Assamese Film. Magical Assam
- ↑ Hriday Kapowa Gaan (2004). Music India Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃদয় কঁপোৱা গান” প্ৰবন্ধৰ সংশোধন ৬২৩৯০০ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।