অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পখী (চলচ্চিত্ৰ)

পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।১২

প্ল'ট

চলচ্চিত্ৰখনৰ কাহিনীটো পখী নামৰ ছোৱালী এজনীৰ ওপৰত কেন্দ্ৰিত। পিতৃ-মাতৃহীন পখীক তাইৰ খুড়াক আৰু খুড়ীয়েকে ডাঙৰ-দীঘল কৰে। তেওঁলোকে অসমৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে। পখীৰ খুড়াক-খুড়ীয়েক চহৰলৈ গুচি যায় আৰু পখীক ল'ৰা-ছোৱালী নথকা এটা সম্ভ্ৰান্ত পৰিয়ালৰ হাতত থৈ যায়।

অভিনয়ত

<table align="center" width="60%" border=2 cellspace=5 cellpadding=5> <tr bgcolor="yellow"> <th> ক্ৰম <th> অভিনেতা / অভিনেত্ৰীৰ নাম <th> চৰিত্ৰ </td> <tr><td> ১ <td> বিষ্ণু খাৰঘৰীয়া ..... <tr><td> ২ <td> হৰমোহন দাস ..... <tr><td> ৩ <td> গাৰ্গী ...... <tr><td> ৪ <td> বিনা পটংগীয়া ..... <tr><td> ৫ <td> ৰাজীৱ ক্ৰ' ...... <tr><td> ৬ <td> গোপাল খাৰঘৰীয়া ...... <tr><td> ৭ <td> সঞ্জয় খাৰঘৰীয়া .... <tr><td> ৭ <td> ৰীতা দাস বৰুৱা .... </table>

কাৰিকৰী খুঁটি-নাটি

  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৬৬

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (Mar 16, 2003). A Cinematic Ode To Blemished Childhood. The Financial Express
  2. ↑ Biswas, Pradip. (Friday, May 30, 2003). Jahnu Barua’s Assamese film ridicules juvenile home. Screen India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০০০ বৰ্ষৰ চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮৩৫৫ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।