অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰেম আৰু প্ৰেম

প্ৰেম আৰু প্ৰেম (Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰেম আৰু প্ৰেম (Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।১

অভিনয়ত

* যতীন বৰা * প্ৰস্তুতি পৰাশৰ * গায়ত্ৰী মহন্ত * নিলয় গুপ্তা * জয়ন্ত দাস* আইমী বৰুৱা * চেতনা দাস * সিদ্ধাৰ্থ মুখাৰ্জী * জুবিন গাৰ্গ (অতিথিশিল্পী) * সাগৰিকা (অতিথিশিল্পী)

সংগীত

ছবিখনৰ সংগীত চাউণ্ডট্ৰেক ৰচনা কৰিছে জুবিন গাৰ্গে। গীত লিখিছে হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে।

তথ্যসূত্ৰ

  1. ↑ (2016-09-23). মুক্তি প্ৰাপ্ত অসমীয়া ফিচাৰ ফিল্মচ. enajori.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০০২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম আৰু প্ৰেম” প্ৰবন্ধৰ সংশোধন ৫৯৫৮২৬ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।