অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জোনদা ইমান গুণ্ডা

জোনদা ইমান গুণ্ডা (Junda Iman Gunda) ২০০৭ চনৰ ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন হাস্যমধুৰ ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল চন্দ্ৰ মুদৈয়ে। মুখ্য ভূমিকাত অভিনয় কৰিছিল বিকি আৰু আঙুৰলতা ডেকাই। সংগীত পৰিচালনা আছিল ডা. হিতেশ বৰুৱাৰ।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জোনদা ইমান গুণ্ডা (Junda Iman Gunda) ২০০৭ চনৰ ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন হাস্যমধুৰ ৰোমাণ্টিক অসমৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল চন্দ্ৰ মুদৈয়ে। মুখ্য ভূমিকাত অভিনয় কৰিছিল বিকি আৰু আঙুৰলতা ডেকাই। সংগীত পৰিচালনা আছিল ডা. হিতেশ বৰুৱাৰ।

অভিনয়

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ডা. হিতেশ বৰুৱাই।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনদা ইমান গুণ্ডা” প্ৰবন্ধৰ সংশোধন ৬২৩৯০৫ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।