অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অধিনায়ক (চলচ্চিত্ৰ)

অধিনায়ক (Captain) হৈছে ২০০৬ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অভিনেতা যতীন বৰাই এইখন ছবিৰ জৰিয়তে প্ৰথম চলচ্চিত্ৰ পৰিচালনাত হাত দিয়াৰ লগতে নিজে মুখ্য চৰিত্ৰত অভিনয়ো কৰে। কাহিনী মুনিন বৰুৱাৰ আৰু কাৰিকৰী উপদেষ্টা হিচাপে থাকে ৰাজেশ ভূঞা।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৪ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অধিনায়ক (Captain) হৈছে ২০০৬ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ১। অভিনেতা যতীন বৰাই এইখন ছবিৰ জৰিয়তে প্ৰথম চলচ্চিত্ৰ পৰিচালনাত হাত দিয়াৰ লগতে নিজে মুখ্য চৰিত্ৰত অভিনয়ো কৰে।২ কাহিনী মুনিন বৰুৱাৰ আৰু কাৰিকৰী উপদেষ্টা হিচাপে থাকে ৰাজেশ ভূঞা।১

কাহিনী

ৰাজা (যতীন বৰা) নামৰ এজন মেকানিক আৰু বাকী চৰিত্ৰসমূহৰ লগত গঢ়ি উঠা তেওঁৰ সম্পৰ্কৰ আধাৰত কাহিনীটো নিৰ্মিত।২

অভিনয়-শিল্পী

সংগীত

বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে।

তথ্যসূত্ৰ

  1. ↑ Adhinayak releasing on February 17. Vedanti.com
  2. ↑ (Saturday, February 11, 2006). Beyond Headlines: A new direction. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অধিনায়ক (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৩১৮৫ (২৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।