অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জীৱন নদীৰ দুটি পাৰ

জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্‌ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ। সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।

হালনাগাদ: ২৩ ডিচেম্বৰ ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

জীৱন নদীৰ দুটি পাৰ ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জে আৰ পি ফিল্ম্‌ছৰ বেনাৰত সবিতা বৰাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা মুন্না আহমেদৰ।১ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গ আৰু দিগন্ত কলিতাই।২ মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা আৰু প্ৰস্তুতি পৰাশৰে।

অভিনয়ত

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ, কাশ্মীৰি শইকীয়া বৰুৱা, প্ৰেম, অৰ্ণৱ আৰু ৰূপাংকিতা পাপৰিয়ে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Released Assamese Films. enajori.com
  2. ↑ Jibon Nodeer Duti Paar. Music India Online
  3. ↑ Filmstars' First assamese Films. assamentertain.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০০২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন নদীৰ দুটি পাৰ” প্ৰবন্ধৰ সংশোধন ৫৬৫৮৮১ (২৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।