অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শম্ভু গুপ্তা

শম্ভু গুপ্তা (Sambhu Gupta) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা সংলাপ লেখক। তেওঁ দাৰা আহমেদৰ সৈতে যুটীয়াভাৱে দেৱী আৰু এককভাবে প্ৰেম আৰু প্ৰেম নামৰ দুখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ক'ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ১৬ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত, ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শম্ভু গুপ্তা (Sambhu Gupta) এগৰাকী অসমৰ চলচ্চিত্ৰৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা সংলাপ লেখক।১ তেওঁ দাৰা আহমেদৰ সৈতে যুটীয়াভাৱে দেৱী আৰু এককভাবে প্ৰেম আৰু প্ৰেম নামৰ দুখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল।২ ক'ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ১৬ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত, ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১২

তথ্যসূত্ৰ

  1. ↑ (MAY 17, 2021). ASSAMESE FILM DIRECTOR SAMBHU GUPTA PASSES AWAY, CM MOURNS. newslivetv.com/
  2. ↑ (17 মে', 2021). Veteran Assamese filmmaker Sambhu Gupta dies of Covid-19. www.eastmojo.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শম্ভু গুপ্তা” প্ৰবন্ধৰ সংশোধন ৫৪১৮১১ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।