সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফিৰদৌচ আজিম
ফিৰদৌচ আজিম (Firdous Azim) ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী ভাষাৰ অধ্যাপিকা, এগৰাকী সাহিত্য সমালোচক আৰু এগৰাকী মহিলা অধিকাৰ কৰ্মী। ব্ৰাক বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু মানৱীয় বিভাগৰ অধ্যক্ষ। তেওঁ নাৰিপখোৰ সদস্য।
-
ফুলগুৰীয়া জনগোষ্ঠী
ফুলগুৰীয়া হ'ল অসমৰ অন্যতম এটি খিলঞ্জীয়া বড়ো-কছাৰী মূলীয় জনগোষ্ঠী। সমাজবিজ্ঞানী আৰু ব্ৰিটিছ নৃবিজ্ঞানী ছিডনী এণ্ডেলৰ মতে, অসমৰ কছাৰী জনগোষ্ঠীৰ যিবোৰ উপদল বা শাখা আছে, তাৰ ভিতৰত ফুলগুৰীয়া অন্যতম।
-
ফ্ৰেষ্টা কোহিস্তানী
ফ্ৰেষ্টা কোহিস্তানী (Freshta Kohistani, ১৯৯১ – ২৪ ডিচেম্বৰ ২০২০) আফগান তাজিক মহিলাৰ অধিকাৰ কৰ্মী আৰু গণতন্ত্ৰ সমৰ্থক আছিল৷ তেওঁ আফগানিস্তানত হত্যাৰ বিৰুদ্ধে সঘনাই মাত মাতিছিল। ২৯ বছৰ বয়সত তেওঁক হত্যা কৰা হৈছিল।
-
ব (বঙালী)
ব (বঙালী লিপিত ব, আই-পি-এ:/bɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৩ সংখ্যক আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ব উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
বগিয়া
বগিয়া (পিঠা বুলিও জনা যায়) ভাৰত আৰু নেপালৰ মৈথিলী আৰু থাৰু সম্প্ৰদায়ৰ এক সুস্বাদু খাদ্য। এই খাদ্য বিশেষভাৱে শীতকালত ৰন্ধা হয়। নেপালী ব্যঞ্জন ভিতৰত ই এটা ডাম্পলিং, য'ত চাউলৰ আটাৰ বাহিৰৰ আৱৰণ আৰু ভিতৰত মিঠা পদাৰ্থ নাইবা শাক-পাচলি অথবা কুকুৰা বা ছাগলীৰ মাংস আৰু অন্যান্য ভজা উপাদানৰ ভৰোৱা থাকে।
-
বছিৰা পাইঘাম
বছিৰা পাইঘাম (জন্ম ১৯৯৭/১৯৯৮) এগৰাকী আফগান এলজিবিটিকিউ-অধিকাৰ কৰ্মী।
-
বাংলা (মদ)
বাংলা হৈছে এটা মদ, যি শাৰ্কৰ পৰা নিৰ্মিত হয় আৰু পশ্চিমবংগত বিক্ৰী কৰা হয়। চৰকাৰ অনুমোদিত বিক্ৰয়কেন্দ্ৰসমূহত এই পানীয়টো উপলব্ধ। বাংলা এটা পাতন কৰা দেশী মদ।
-
বাংলাদেশ নেচনেল উইমেন ল’ এছোচিয়েচন
বাংলাদেশ নেচনেল উইমেন ল’ এছ’চিয়েচন বাংলাদেশৰ ঢাকাত অৱস্থিত এটা উকীল সংস্থা। এই সংস্থা ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে "দেশৰ প্ৰতিগৰাকী মহিলা আৰু শিশুৰ বাবে সম সুযোগ আৰু সম অধিকাৰ সৃষ্টি কৰা।"
-
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় (ইংৰাজী: Baosi Banikanta Kakati College) বা চমুকৈ বি.বি.কে. কলেজ বৰপেটা জিলাৰ নগাঁওস্থিত এখন মহাবিদ্যালয়। ই অসমৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য। ইং ১৯৭১ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে শৈক্ষিক দিশত বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
-
বাঞ্চপোৰ
বাঞ্চপোৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত পোৱা এটা হিন্দু জাতি।
-
বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী
বাপুজী মহাবিদ্যালয় (Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
বাসুগাঁও মহাবিদ্যালয়
বাসুগাঁও মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বাসুগাঁওস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। সমাজখনক এক মূল্যৱান শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। অসম ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিজ্ঞানৰ ধাৰা অনুদান দিয়ে আৰু ২০২৩ চনৰপৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হয়।
-
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
বিবাহ বজাৰ
বিবাহ বজাৰ হ’ল এনে এখন ৰাজহুৱা স্থান য’ত পিতৃ-মাতৃয়ে সন্তানৰ বাবে বৈবাহিক পত্নী বিচাৰি উলিওৱাৰ লক্ষ্যৰে বিজ্ঞাপন তালিকাভুক্ত কৰে। তাৰ পিছত মানুহে তাত গোট খায় আৰু তালিকাসমূহ পঢ়ে, প্ৰায়ে বৈবাহিক মিল বিচাৰি পোৱাৰ আশাত।
-
বিশ্ব পশু চিকিৎসা দিৱস
বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।২০০০চনত বিশ্ব পশু চিকিৎসা সংঘই এই দিৱসৰ আৰম্ভণি কৰিছিল আৰু ২০০১চনৰ পৰা পালন কৰা হৈছিল।এই দিৱসৰ মূল উদ্দেশ্য হৈছে পশু চিকিৎসা বৃত্তিটোক সমগ্ৰ বিশ্বত আগবঢ়াই নিয়াৰ লগতে পশুপালকসকলক বিভিন্ন বিষয়ত সজাগ কৰা।দিৱসৰ লগত সংগতি ৰাখি…
-
বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়
বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।
-
বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও
বীৰঝৰা কন্যা মহাবিদ্যালয় হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ মহিলাৰ উচ্চ শিক্ষানুষ্ঠান আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKSHOU)ৰ অধীনত সকলোৰে বাবে মুকলি অধ্যয়ন কেন্দ্ৰ।
-
বেকড্ বীন চেণ্ডুইছ
বেকড্ বীন চেণ্ডুইছ দুখন ব্ৰেডৰ টুকুৰাৰ মাজত বেকড বীনেৰে তৈয়াৰী এক প্ৰকাৰৰ চেণ্ডুইচ, য'ত lettuceৰে গাৰ্নিচ কৰা হয় আৰু মেয়’নেজ বা বিলাহীৰ চচেৰে টপিং কৰা হ’ব পাৰে। বেকড্ বীন চেণ্ডুইচৰ ৰেচিপি ১৯০৯ চনৰ পৰাই পোৱা যায়।
-
বেক্টেৰিয়াফেজ f2
বেক্টেৰিয়াফেজ f2 ইস্কেৰচিয়া কলাৰে বেক্টেৰিয়াক সংক্ৰমিত কৰা এটা আইকোছাহেড্ৰল, ধনাত্মকধৰণৰ একক ডালযুক্ত আৰ এন এ ভাইৰাছ। ই বেক্টেৰিয়াফেজ MS2 ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু একে প্ৰজাতিৰ লগত সংযুক্ত।
-
বেচিলাছ ভাইৰাছ এ পি ৫০
বেচিলাছ ভাইৰাছ এ পি ৫০ বেচিলাছ এন্থ্ৰাচিছ বেক্টেৰিয়া সংক্ৰমিত কৰা বেক্টেৰিয়াফেজৰ এটা প্ৰজাতি। পোনতে ইয়াক আৰ এন এ ফেজ বুলি ভবা হৈছিল, ইয়াত দুটা স্তৰৰ কেপচিডৰ খোলা থকা আইকোচেড্ৰেল কেপচিডত প্ৰায় ১৪,০০০ ভিত্তি যোৰৰ ডি এন এ জিনম থাকে।
-
বেলা পানা
বেলা পানা (ওড়িয়া: ବେଲ ପଣା) হৈছে, বেল্ ফলৰ মজ্জা পৰা তৈয়াৰী পানীয়। ইয়াক বেংগল কুইন্স, সোণালী আপেল, ঈগল মাৰ্মেলো (Aegle marmelos) আদি নামেৰেও জনা যায়। ভাৰতৰ ওড়িশাত বৈশাখ (বহাগ) মাহত পাণ সংক্ৰান্তি (ওড়িয়া নৱবৰ্ষ) উৎসৱ উপলক্ষে ইয়াক ব্যৱহাৰ কৰা হয়।
-
ব্যুৰোপিডিয়া
ব্যুৰোপিডিয়া হৈছে জ্যেষ্ঠ এজেণ্টৰ জ্ঞান ধৰি ৰখা আৰু অৱসৰৰ ফলত হোৱা জ্ঞানৰ ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যেৰে এফ বি আইত আভ্যন্তৰীণভাৱে ব্যৱহাৰ কৰা এটা ৱিকি। ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত ফেডাৰেল কম্পিউটাৰ উইকত প্ৰকাশিত এটা প্ৰবন্ধত ইয়াৰ অস্তিত্ব প্ৰকাশ পাইছিল।
-
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়
ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে।
-
বৰপেটা ৰোড হাউলী মহাবিদ্যালয়
বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমৰ বৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
ভখা
ভখা পশ্চিমবংগ, সীমাঞ্চল আৰু দক্ষিণ-পূব নেপালৰ ৰাজবংশী আৰু থাৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য। ই এটা ফুলা বা কোমল চাউলৰ পিঠা। ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া অসমৰ টেকেলি পিঠাৰ দৰেই। পিহি লোৱা চাউলৰ গুড়ি পানীত লাহে লাহে তিয়াই হাতৰ তলুৱাৰে মথি ভখা প্ৰস্তুত কৰা হয়।
-
ভানস্ত্ৰী
ভানস্ত্ৰী: Vanastree; হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উত্তৰ কানাড়াত ২০০৮ চনত পঞ্জীয়ন কৰা এটা কৃষি আৰু সংৰক্ষণ প্ৰকল্প। কানাড়া ভাষাত বানাস্ত্ৰীৰ অৰ্থ হৈছে "বনাঞ্চলৰ মহিলা"। ২০১৭ চনৰ ভিতৰত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত বানাস্ত্ৰীৰ সামগ্ৰী বিক্ৰীৰ বাবে উপলব্ধ হয়।
-
ম (বঙালী)
ম (বঙালী লিপিত ম, আই-পি-এ:/mɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৫তম্ আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ম উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
-
মঙলদৈ মহাবিদ্যালয়
১৯৫১ চনত স্থাপিত মঙলদৈ মহাবিদ্যালয় অসমৰ দৰং জিলাৰ মঙলদৈত অৱস্থিত এখন উল্লেখযোগ্য স্নাতক শিক্ষাৰ মহাবিদ্যালয়। এই মহাবিদ্যায়খন ১৯৫১ চনত তদানীন্তন মহকুমা বিষয়া প্ৰয়াত অমিয় ভূষণ দাসগুপ্ত আৰু জিলাখনৰ বহু আগশাৰীৰ নাগৰিকৰ অগ্ৰণী প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল।
-
মচৌৰা
মচৌৰা হৈছে কিম্বন কৰি সূৰ্যৰ তাপত শুকুৱাই তৈয়াৰ কৰা খাদ্যবস্তু, যি কলা দালিৰ লগত বিভিন্নধৰণৰ সেউজীয়া শাক-পাচলি মিহলাই তৈয়াৰ কৰা হয়। এই খাদ্যৰ উৎপত্তি হৈছে নেপালত আৰু বিভিন্ন দেশত থকা নেপালী সমাজে ইয়াক প্ৰস্তুত কৰে।
-
মঞ্জু বাঞ্চাল
মঞ্জু বাঞ্চাল (জন্ম: ১ ডিচেম্বৰ ১৯৫০) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষজ্ঞ। বৰ্তমান তেওঁ বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ আণৱিক জৈৱপদাৰ্থ বিজ্ঞান ইউনিটৰ তাত্ত্বিক জৈৱপদাৰ্থ বিজ্ঞান গোটৰ অধ্যাপিকা।