অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।১২৩

শৈক্ষিক বিষয়

বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়ে বিভিন্ন শাখাৰ বাবে ডিপ্লমা, স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচী প্ৰদান কৰে। বিশ্ববিদ্যালয়খনে নিম্ন ধাৰাসমূহৰ বহু-বিষয়ক পাঠ্যক্ৰম আগবঢ়ায়:

  • বাণিজ্য আৰু ব্যৱস্থাপনা
  • কম্পিউটাৰ এপ্লিকেচন
  • অভিযান্ত্ৰিক
  • মানৱীয় বিজ্ঞান
  • ব্যৱস্থাপনা
  • ফাৰ্মাচী
  • স্কুলীয়া শিক্ষা
  • বিজ্ঞান

স্বীকৃতিসমূহ

  • বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অনুমোদন
  • বিশ্ববিদ্যালয় গেজেট
  • সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE)
  • ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (AIU)
  • ভাৰতীয় বাৰ পৰিষদ (BCI)
  • ভাৰতীয় ফাৰ্মাচী পৰিষদ (PCI)

কেম্পাছ

চাঞ্চীপুৰ, মণিপুৰ বিশ্ববিদ্যালয়ৰ ওচৰৰ চাউথ ভিউৰ কাষত, ইম্ফল পশ্চিম, মণিপুৰ-৭৯৫০০৩

তথ্যসূত্ৰ

  1. ↑ Private University Manipur. University Grants Commission
  2. ↑ (10 August 2020). Manipur. UNI India
  3. ↑ Total No. of Universities in the Country as on 04.08.2020. University Grants Commission

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰ টিকেন্দ্ৰজিৎ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩৬৫৬০ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।