অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফ্ৰেষ্টা কোহিস্তানী

ফ্ৰেষ্টা কোহিস্তানী (Freshta Kohistani, ১৯৯১ – ২৪ ডিচেম্বৰ ২০২০) আফগান তাজিক মহিলাৰ অধিকাৰ কৰ্মী আৰু গণতন্ত্ৰ সমৰ্থক আছিল৷ তেওঁ আফগানিস্তানত হত্যাৰ বিৰুদ্ধে সঘনাই মাত মাতিছিল। ২৯ বছৰ বয়সত তেওঁক হত্যা কৰা হৈছিল।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৫ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

ফ্ৰেষ্টা কোহিস্তানী (Freshta Kohistani, ১৯৯১ – ২৪ ডিচেম্বৰ ২০২০) আফগান তাজিক মহিলাৰ অধিকাৰ কৰ্মী আৰু গণতন্ত্ৰ সমৰ্থক আছিল৷ তেওঁ আফগানিস্তানত হত্যাৰ বিৰুদ্ধে সঘনাই মাত মাতিছিল। ২৯ বছৰ বয়সত তেওঁক হত্যা কৰা হৈছিল।১

কোহিস্তানীয়ে সঘনাই ৰাজধানী কাবুলত আফগানিস্তানত মহিলাৰ অধিকাৰৰ পোষকতা কৰি অনুষ্ঠানৰ আয়োজন কৰিছিল।১ছ'চিয়েল মিডিয়াকো তেওঁৰ বাৰ্তাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল আৰু ছ'ছিয়েল মিডিয়াত তেওঁৰ বৃহৎ অনুগামী আছিল।১

২০২০ চনৰ ডিচেম্বৰ মাহত আফগানিস্তানৰ কাপিছা প্ৰদেশৰ হেছা আৱাল কোহিস্তান জিলাত মটৰবাইকেৰে অহা বন্দুকধাৰীয়ে ঘৰৰ ওচৰতে তেওঁক গুলীয়াই হত্যা কৰিছিল৷ সেইসময়ত তেওঁৰ বয়স আছিল ২৯ বছৰ। এই আক্ৰমণৰ ফলত তেওঁৰ ভাতৃও নিহত হয়।১২৩ বন্দুকধাৰীসকল পলায়ন কৰে।[4] মৃত্যুৰ পূৰ্বে কোহিস্তানীয়ে কৰ্তৃপক্ষৰ পৰা সুৰক্ষা বিচাৰিছিল। কাৰণ ইয়াৰ আগতেও তেওঁ ভাবুকিৰ সন্মুখীন হৈছিল৷১

তথ্যসূত্ৰ

  1. ↑ Nisar, Naqshab. (December 26, 2020). Afghan women's rights activist Freshta Kohistani shot dead, spoke against wave of assassinations. www.ibtimes.co.in
  2. ↑ Afghan women’s rights activist, brother shot dead. www.aljazeera.com
  3. ↑ (December 25, 2020). Afghan woman activist Freshta Kohistani gunned down in Kapisa province. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেষ্টা কোহিস্তানী” প্ৰবন্ধৰ সংশোধন ৪৮৩৯৫৭ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।