অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী

বাপুজী মহাবিদ্যালয় (Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বাপুজী মহাবিদ্যালয় (Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷১২

স্বীকৃতি

২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।৩ মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় অনুদান আয়োগ'-ৰ দ্বাৰাও স্বীকৃত।৪

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Guahati University
  2. ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
  3. ↑ CCycle212153. National Assessment & Accreditation Council
  4. ↑ Colleges in Assam. University Grants Commission

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী” প্ৰবন্ধৰ সংশোধন ৩৮২০২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।