অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বৰপেটা ৰোড হাউলী মহাবিদ্যালয়

বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমৰ বৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

হালনাগাদ: ৪ মে’ ২০২৬ ৫০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বৰপেটা ৰোড হাউলী মহাবিদ্যালয় চমুকৈ বি.এইচ. কলেজ অসমৰ বৰপেটা জিলাৰ হাউলী নগৰৰ নিচেই কাষত ১৯৬৬ চনত স্থাপিত এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।১২

স্বীকৃতি

২০১৬ চনত কলেজখনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা চিজিপিএ ৩.১১ৰ সৈতে "এ" গ্ৰেড প্ৰদান কৰা হৈছে।৩৪মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Guahati University
  2. ↑ Provincialised colleges affiliated to Guahati University. Directorate of Higher Education, Assam
  3. ↑ CCycle210554. National Assessment & Accreditation Council
  4. ↑ Search Results for: naac. B.H. College
  5. ↑ Colleges in Assam. University Grants Commission

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা ৰোড হাউলী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০৪৩৬৮ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।