অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়

বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় (ইংৰাজী: Baosi Banikanta Kakati College) বা চমুকৈ বি.বি.কে. কলেজ বৰপেটা জিলাৰ নগাঁওস্থিত এখন মহাবিদ্যালয়। ই অসমৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য। ইং ১৯৭১ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে শৈক্ষিক দিশত বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ২৯ জুলাই ২০২১ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় (ইংৰাজী ভাষা: Baosi Banikanta Kakati College) বা চমুকৈ বি.বি.কে. কলেজ বৰপেটা জিলাৰ নগাঁওস্থিত এখন মহাবিদ্যালয়। ই অসমৰ আগশাৰীৰ মহাবিদ্যালয়সমূহৰ ভিতৰত উল্লেখযোগ্য। ইং ১৯৭১ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনে শৈক্ষিক দিশত বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

কৃতিত্ব

এইখন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত কলা শাখাৰ পৰীক্ষাত ২০১০ চনত গীতিকা তালুকদাৰে ১ম আৰু ২০১২ চনত কংকনা তালুকদাৰে ৯ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৮৮৭৫৪ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।