অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ম (বঙালী)

ম (বঙালী লিপিত ম, আই-পি-এ:/mɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৫তম্ আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ম উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

হালনাগাদ: ২৬ জুলাই ২০২৩ ৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ম (বঙালী লিপিত ম, আই-পি-এ:/mɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৫তম্ আখৰ।১ ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ম উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

আ-- মা

ই-- মি

ঈ-- মী

উ-- মু

ঊ-- মূ

ঋ-- মৃ

এ-- মে

ঐ-- মৈ

ও-- মো

ঔ-- মৌ

"ম"ৰে আৰম্ভ শব্দ

  • মা (মা)
  • মন (মন)
  • মন্দির (মন্দিৰ)
  • মেঘ (মেঘ)

তথ্যসূত্ৰ

  1. ↑ www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম (বঙালী)” প্ৰবন্ধৰ সংশোধন ৩৭২৪০৪ (২৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।