অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়

ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয় (Brahmaputra Degree College) অসমৰ লখিমপুৰ জিলাৰ,বকুলগুৰি নামৰ ঠাইত অৱস্থিত। এইখন এখন সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। ১৯৯৩ চনত বৃহত্তৰ বকুলগুৰি অঞ্চলৰ উচ্চশিক্ষা আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত মহাবিদ্যালয়খন স্থাপন কৰা হয়।১

বিভাগ

২

কলা

  • অসমীয়া
  • ইংৰাজী
  • ইতিহাস
  • শাৰীৰিক শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • ভূগোল

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University
  2. ↑ Brahmaputra Degree College. Shiksha.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপুত্ৰ স্নাতক মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬০২৫৫৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।