বেচিলাছ ভাইৰাছ এ পি ৫০ বেচিলাছ এন্থ্ৰাচিছ বেক্টেৰিয়া সংক্ৰমিত কৰা বেক্টেৰিয়াফেজৰ এটা প্ৰজাতি। পোনতে ইয়াক আৰ এন এ ফেজ বুলি ভবা হৈছিল,১ ইয়াত দুটা স্তৰৰ কেপচিডৰ খোলা থকা আইকোচেড্ৰেল কেপচিডত প্ৰায় ১৪,০০০ ভিত্তি যোৰৰ ডি এন এ জিনম থাকে।২
তথ্যসূত্ৰ
- ↑ Nagy, E.; Pragai, B.; Ivanovics, G. (1 July 1976). Characteristics of Phage AP50, an RNA Phage Containing Phospholipids. Journal of General Virology. পৃ. 129–132
- ↑ Sozhamannan, S; McKinstry, M; Lentz, SM. (November 2008). Molecular characterization of a variant of Bacillus anthracis-specific phage AP50 with improved bacteriolytic activity.. Applied and Environmental Microbiology. পৃ. 6792–6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেচিলাছ ভাইৰাছ এ পি ৫০” প্ৰবন্ধৰ সংশোধন ৬৩৪০৫৫ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।