বিশ্ববিদ্যালয়
২৬ প্ৰবন্ধ
-
কলিকতা বিশ্ববিদ্যালয়
কলিকতা বিশ্ববিদ্যালয় (University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।
-
অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (University of Oxford) ইংলেণ্ডৰ অক্সফ'ৰ্ড চহৰত অৱস্থিত এখন গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনত ১০৯৬ চনৰ পৰাই শিক্ষাদানৰ তথ্য পোৱা যায়।
-
কেমব্ৰিজ বিশ্ববিদ্যালয়
কেমব্ৰিজ বিশ্ববিদ্যালয় (The University of Cambridge - বিধিগতভাৱে ইয়াৰ নাম "দ্য চেঞ্চেলৰ, মাষ্টাৰ্ছ্, এণ্ড্ স্কলাৰ্ছ্ অৱ্ দা ইউনিভাৰ্ছিটি অৱ্ কেমব্ৰিজ") ইংলেণ্ডৰ কেমব্ৰিজত অৱস্থিত এখন ৰাজহুৱা গৱেষণাকেন্দ্ৰিক কলেজিয়েট বিশ্ববিদ্যালয়।
-
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Indira Gandhi National Open University, চমুকৈ IGNOU) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ বিশ্ববিদ্যালয়।
-
মুম্বাই বিশ্ববিদ্যালয়
অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়।
-
আলিয়া বিশ্ববিদ্যালয়
আলিয়া বিশ্ববিদ্যালয় ভাৰতৰ পশ্চিম বংগৰ নিউ টাউনত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। পূৰ্বতে মহম্মদ কলেজ অৱ কলিকতা নামেৰে জনাজাত আছিল, ২০০৮ চনত ইয়াক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।
-
উত্তৰ বংগ বিশ্ববিদ্যালয়
উত্তৰ বংগ বিশ্ববিদ্যালয় চমুকৈ (এন.বি.ইউ.) পশ্চিমবংগ ৰাজ্যৰ উত্তৰ বংগ অঞ্চলৰ এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ মূল চৌহদ পশ্চিমবংগ ৰাজ্যৰ দাৰ্জিলিং জিলাৰ শিলিগুৰিৰ ৰজাৰামমোহনপুৰত অৱস্থিত। দ্বিতীয় চৌহদ জলপাইগুৰি জিলাৰ ডাংগুয়াঝাৰত আৰু তৃতীয় চৌহদ কলিকতাৰ বিধাননগৰৰ ছল্ট লেকত অৱস্থিত।
-
ছিক্কিম বিশ্ববিদ্যালয়
ছিক্কিম বিশ্ববিদ্যালয় (Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ই গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ.
-
শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়
শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়, পূৰ্বতে শ্ৰী লাল বাহাদূৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠ, ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
-
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়।
-
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়
অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়।
-
অৰুণোদয় বিশ্ববিদ্যালয়
অৰুণোদয় বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৰাজধানী চহৰ ইটানগৰত অৱস্থিত।
-
আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ
আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ (International Institute of Information Technology, Hyderabad,IIIT-Hyderabad বা IIIT-H)) হৈছে ভাৰতৰ হায়দৰাবাদত অৱস্থিত অ-লাভজনক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (N-PPP) (বেচৰকাৰী) প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠিত এখন স্বীকৃত (deemed) বিশ্ববিদ্যালয়।
-
কলিংগ বিশ্ববিদ্যালয়
কলিংগ বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। এইখন ভাৰতৰ ছত্তীশগড় ৰাজ্যৰ ৰায়পুৰত অৱস্থিত। বিশ্ববিদ্যালয়খণ ২০১১ চনত স্থাপন কৰা হৈছে। .
-
কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ
কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়, অন্ধ্ৰপ্ৰদেশ (CTUAP) এখন ভাৰতীয় কেন্দ্ৰীয় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ভাৰতৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ভিজিয়ানাগৰম জিলাৰ মাৰিৰিভালাছাত অৱস্থিত। এইখন এটা ট্ৰেনজিট কেম্পাছৰ পৰা চলি আছে, আৰু ইয়াৰ চূড়ান্ত স্থান এতিয়াও নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা নাই।
-
কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়
কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয় (CBPBU) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।১৯ শতিকাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকনেতা তথা সমাজ সংস্কাৰক পঞ্চনন বৰ্মাৰ নামেৰে বিশ্ববিদ্যালয়খনৰ নামকৰণ কৰা হয়।
-
দাৰ্জিলিং হিলছ ইউনিভাৰচিটি
দাৰ্জিলিং হিলছ ইউনিভাৰচিটি (সংক্ষিপ্তভাৱে ডি.এইচ.ইউ.) এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। দ্য গ্ৰীণফিল্ড ইউনিভাৰ্চিটি এক্ট, ২০১৮ৰ জৰিয়তে পশ্চিম বংগ চৰকাৰে এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।
-
নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ
নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ বা ছিংগাপুৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন.ইউ.এছ.) (National University of Singapore) হৈছে ছিংগাপুৰস্থিত এখন ৰাষ্ট্ৰীয় গৱেষণা বিশ্ববিদ্যালয়। ১৯০৫ চনত ষ্ট্ৰেইটছ ছেটেলমেণ্টচ এণ্ড ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল হিচাপে প্ৰতিষ্ঠা কৰা, এন.ইউ.এছ.
-
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয়খন ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত অৱস্থিত।বিশ্ববিদ্যালয়খন ত্ৰিপুৰী ৰাজ্যৰ শেষ শাসক ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মাৰ নামেৰে নামকৰণ কৰা হৈছে।
-
মাদাৰহুড বিশ্ববিদ্যালয়
মাদাৰহুড বিশ্ববিদ্যালয় (MHU) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰূৰকীত অৱশ্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন উত্তৰাখণ্ড চৰকাৰ আইনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে।
-
শ্ৰী সাই বিশ্ববিদ্যালয়
শ্ৰী সাই বিশ্ববিদ্যালয় (SSU) এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন ২০১১ চনত প্ৰতিষ্ঠা কৰা হৈছিল। এইখন ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশ ৰাজ্যৰ কাংৰা জিলাৰ পালমপুৰ নামৰ ঠাইখনত অৱস্থিত।
-
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়
সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় পূৰ্বতে বৰাণসেয়া সংস্কৃত বিশ্ববিদ্যালয় বা চৰকাৰী সংস্কৃত মহাবিদ্যালয়, বাৰাণসী বুলি পৰিচিত এখন উচ্চ শিক্ষাপ্ৰতিষ্ঠান। এইখন ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বৰাণসীত অৱস্থিত। বিশ্বৰ বৃহৎ সংস্কৃত বিশ্ববিদ্যালয় ভিতৰত এইখন অন্যতম।
-
সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়
সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় বা চমুকৈ SPPU পূৰ্বতে পুনে বিশ্ববিদ্যালয় নামেৰে জনাজাত ভাৰতৰ পুনে চহৰত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা এইখন গণেশখণ্ডৰ আশে-পাশে ৪১১ একৰ (১.৬৬ কিলোমিটাৰ বৰ্গমিটাৰ) চৌহদত বিস্তৃত। বিশ্ববিদ্যালয়খনত ৪৬টা শৈক্ষিক বিভাগ আছে।
-
স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কোকৰাঝাৰ
স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় (Swami Vivekanand University) এখন ৰাজ্যিক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনে ২০২৫ চনত প্ৰতিষ্ঠা লাভ কৰে। এইখন অসমৰ কোকৰাঝাৰ জিলাৰ আই.টি. পাৰ্ক, চান্দামাৰী নামৰ ঠাইত অৱস্থিত। বিশ্ববিদ্যালয়খন অসম বিধানসভাৰ ASSAM ACT NO.
-
হিমালয়ান বিশ্ববিদ্যালয়
হিমালয়ান বিশ্ববিদ্যালয় ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইটানগৰৰ নিচেই কাষত অৱস্থিত এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ আন সকলো অঞ্চল গঠন কৰা সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে উচ্চ শিক্ষাৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ আৰু উন্নীতকৰণৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা…
-
ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, মণিপুৰ
ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় যিখন ভাৰত ৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত অৱস্থিত। বিশ্ববিদ্যালয়খনত ক্ৰীড়াত বিশেষজ্ঞতা আছে। ২০১৮ চনৰ ১৬ মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰে।