অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মঙলদৈ মহাবিদ্যালয়

১৯৫১ চনত স্থাপিত মঙলদৈ মহাবিদ্যালয় অসমৰ দৰং জিলাৰ মঙলদৈত অৱস্থিত এখন উল্লেখযোগ্য স্নাতক শিক্ষাৰ মহাবিদ্যালয়। এই মহাবিদ্যায়খন ১৯৫১ চনত তদানীন্তন মহকুমা বিষয়া প্ৰয়াত অমিয় ভূষণ দাসগুপ্ত আৰু জিলাখনৰ বহু আগশাৰীৰ নাগৰিকৰ অগ্ৰণী প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

১৯৫১ চনত স্থাপিত মঙলদৈ মহাবিদ্যালয় অসমৰ দৰং জিলাৰ মঙলদৈত অৱস্থিত এখন উল্লেখযোগ্য স্নাতক শিক্ষাৰ মহাবিদ্যালয়। এই মহাবিদ্যায়খন ১৯৫১ চনত তদানীন্তন মহকুমা বিষয়া প্ৰয়াত অমিয় ভূষণ দাসগুপ্ত আৰু জিলাখনৰ বহু আগশাৰীৰ নাগৰিকৰ অগ্ৰণী প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল। এই ব্যক্তিসকলৰ প্ৰেৰণাৰ মূল উৎস আছিল জিলাখনত উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে জনসাধাৰণৰ ইচ্ছাক বাস্তৱ ৰূপ দিয়া। মঙলদৈ হাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১

বিভাগসমূহ

বিজ্ঞান

  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • ৰসায়ন বিজ্ঞান
  • পৰিসংখ্যা
  • কম্পিউটাৰ বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণীবিজ্ঞান

কলা

  • ভূগোল
  • অসমীয়া
  • ইংৰাজী
  • বডো
  • সংস্কৃত
  • আৰবী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি বিজ্ঞান
  • ইতিহাস

বৃত্তিগত স্নাতক পাঠ্যক্ৰম

  • চিকিৎসা পৰীক্ষাগাৰ আৰু আণৱিক নিদান প্ৰযুক্তি (ML&MDT)
  • খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি২

তথ্যসূত্ৰ

  1. ↑ About Mangaldai College. mangaldaicollege.org. Mangaldai College
  2. ↑ Departments. mangaldaicollege.org. Mangaldai College

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙলদৈ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫০৩৭৪৩ (১৬ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।