বাসুগাঁও মহাবিদ্যালয় অসমৰ চিৰাং জিলাৰ বাসুগাঁওস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। সমাজখনক এক মূল্যৱান শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১৯৮৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। অসম ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিজ্ঞানৰ ধাৰা অনুদান দিয়ে আৰু ২০২৩ চনৰপৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হয়। ১২৩
বিভাগ
- শিক্ষা বিভাগ।
- বড়ো জনগোষ্ঠী বিভাগ।
- ৰাজনীতি বিজ্ঞান বিভাগ।
- অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিভাগ।
- বঙালী ভাষা বিভাগ
- ইতিহাস বিভাগ।
- ইংৰাজী ভাষা বিভাগ
- অৰ্থনীতি বিভাগ।
স্বীকৃতি
মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউজিচি)ৰদ্বাৰা স্বীকৃতি প্ৰদান হৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুগাঁও মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৪৪২৪৬ (১৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।