অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ

বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷

হালনাগাদ: ২৯ জুলাই ২০২১ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ (Science College, Kokrajhar) হৈছে ১৯৯৫ চনত স্থাপিত অসমৰ কোকৰাঝাৰত অৱস্থিত এখন সাধাৰণ বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷১

বিভাগ

বিজ্ঞান

  • প্ৰাণী বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • ৰসায়ন বিদ্যা
  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • কম্পিউটাৰ বিজ্ঞান
  • বি পি টি (B.P.T)
  • আই টি (I.T)

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Gauhati University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহগুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ” প্ৰবন্ধৰ সংশোধন ২৮৮৭১৮ (২৯ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।