| বৰ্ষ | ছবি | পৰিচালক | সংগীত পৰিচালক | মুক্তিৰ তাৰিখ | টোকা |
|---|---|---|---|---|---|
| ১৯৮০ | অকণ | গৌৰী বৰ্মন | ড॰ ভূপেন হাজৰিকা | ||
| মইনাজান | দেৱ কুমাৰ বসু | খগেন মহন্ত | ১৪ নবেম্বৰ | ||
| উপপথ | হেমন্ত দত্ত | মনীষা হাজৰিকা | |||
| আজলী নবৌ | নিপ বৰুৱা | ৰমেন বৰুৱা | ২২ ফেব্ৰুৱাৰী | ||
| ৰজা হৰিশ্চন্দ্ৰ | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | |||
| মন আৰু মৰম | দ্বিবন বৰুৱা | দ্বিবন বৰুৱা | |||
| ১৯৮১ | পোনাকণ | আব্দুল মজিদ | কুমাৰ ৰঞ্জন | ||
| উত্তৰশূন্য | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | |||
| অনিৰ্বাণ (চলচ্চিত্ৰ) | ড. ভবেন্দ্ৰনাথ শইকীয়া | আখটাৰ খান | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | ||
| মানসী | বলাই সেন | ৰমেন বৰুৱা | |||
| ৰজনী গন্ধা | প্ৰফুল্ল কুমাৰ বৰুৱা | কুমাৰ ৰঞ্জন | |||
| ১৯৮২ | কাজিৰঙাৰ কাহিনী | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | সুধীন দাশগুপ্ত | ||
| সাদৰী | পুলক গগৈ | কুল-অতুল | |||
| বোৱাৰী | শিৱপ্ৰসাদ ঠাকুৰ | ড॰ উপেন কাকতি | |||
| অপৰূপা | জাহ্নু বৰুৱা | ড॰ ভূপেন হাজৰিকা | ১৬ এপ্ৰিল | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | |
| ৰাজা | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | ৰমেন বৰুৱা | |||
| ১৯৮৩ | ঘৰ সংসাৰ | শিৱপ্ৰসাদ ঠাকুৰ | বসন্ত-মাণিক | ||
| আলোকৰ আহ্বান | চাৰুকমল হাজৰিকা | নয়ন | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | ||
| শ্ৰী শ্ৰী মা কামাখ্যা | আনোৱাৰ হুছেইন | ৰাজেশ্বৰ বৰদলৈ | |||
| ককাদেউতা নাতি আৰু হাতী | নিপ বৰুৱা | ৰমেন বৰুৱা | ১৮ নবেম্বৰ | ||
| ১৯৮৪ | সেন্দূৰ | পুলক গগৈ | দশৰথ দাস | ||
| সোণ মইনা (চলচ্চিত্ৰ) | শিৱপ্ৰসাদ ঠাকুৰ | বসন্ত-মাণিক | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | ||
| নয়নমণি | সুপ্ৰভা দেৱী | জিতু-তপন | প্ৰথম অসমীয়া মহিলা পৰিচালকৰ ছবি | ||
| দেৱী | শম্ভু গুপ্তা, দাৰা আহমেদ | ভূপেন উজীৰ | |||
| শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি | নিপ বৰুৱা | ৰমেন বৰুৱা | |||
| জীৱন সুৰভি | নৰেশ কুমাৰ | ভূপেন উজীৰ | প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি | ||
| ১৯৮৫ | মানস কন্যা | ফণী তালুকদাৰ | সলিল চৌধুৰী | ||
| অংগীকাৰ | প্ৰবীণ বৰা | ড॰ ভূপেন হাজৰিকা | |||
| সূৰুয | পুলক গগৈ | নয়ন | |||
| অগ্নিস্নান | ভবেন্দ্ৰ নাথ শইকীয়া | তৰুণ গোস্বামী | ২৭ ডিচেম্বৰ | শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | |
| মন মন্দিৰ | শিৱপ্ৰসাদ ঠাকুৰ | বসন্ত-মাণিক | |||
| ব'হাগৰ দুপৰীয়া | জন্ছ মহলীয়া | ভূপেন উজীৰ | |||
| সৰবজান | হীৰেন চৌধুৰী, সুপ্ৰভা দেৱী | মহানন্দ মজিন্দাৰ বৰুৱা | |||
| পূজা | দাৰা আহমেদ | ভূপেন উজীৰ | |||
| ১৯৮৬ | যুগে যুগে সংগ্ৰাম | গৌৰী বৰ্মন | ভূপেন হাজৰিকা | ||
| এই দেশ মোৰ দেশ | শিৱপ্ৰসাদ ঠাকুৰ | বসন্ত বৰদলৈ | |||
| ময়ূৰী | শিৱপ্ৰসাদ ঠাকুৰ | ||||
| আলায়াৰণ (বড়ো ভাষাত) | জাংদাও বডোচা | মোহিনী নাৰ্জীৰী | ১৩ মাৰ্চ | ৩৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবিধানৰ ৮ম অনুসূচী বহিৰ্ভূত ভাষাৰ শিতানত বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা | |
| পাপৰি | জাহ্নু বৰুৱা | সত্য বৰুৱা | ২১ মাৰ্চ | ||
| বান | চাৰুকমল হাজৰিকা | নয়ন | ৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা | ||
| মধুচন্দা | দাৰা আহমেদ | নয়ন | |||
| সংকল্প | হেম বৰা | ড॰ ভূপেন হাজৰিকা | |||
| দীপজ্যোতি | প্ৰদ্যুৎ বসু | ৰমেন বৰুৱা | |||
| নিজৰা | অমৰেন্দ্ৰ বৰদলৈ | ওংকাৰ শৰ্মা | |||
| আৰতি | অসীম দাস | কুল বৰুৱা | |||
| মা | ভবেন দাস | ড॰ ভূপেন হাজৰিকা | |||
| এণ্টনী মোৰ নাম | নিপ বৰুৱা | ৰমেন বৰুৱা | |||
| ১৯৮৭ | হালধীয়া চৰায়ে বাওধান খায় | জাহ্নু বৰুৱা | সত্য বৰুৱা | শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা | |
| প্ৰতিদান (চলচ্চিত্ৰ) | দাৰা আহমেদ | ভূপেন উজীৰ | |||
| জেতুকী (চলচ্চিত্ৰ) | চন্দ্ৰ তালুকদাৰ | সুজিত সিংহ | |||
| জিউনি সিমাং (বড়ো ভাষাৰ ছবি) | অমৰ হাজৰিকা | ||||
| প্ৰতিমা | নিপন গোস্বামী, মুনিন বৰুৱা | অৰুণ দাস | |||
| প্ৰতিশোধ | অমিত মৈত্ৰ | ড॰ ভূপেন হাজৰিকা | |||
| প্ৰথম ৰাগিনী | ধীৰু ভূঞা | শেৰ চৌধুৰী | ২ অক্টোবৰ | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | |
| সূত্ৰপাত | মৃদুল গুপ্তা | বিভূৰঞ্জন চৌধুৰী | |||
| অ' চেনাই | মুকুল দত্ত | বিপুল বাহাদুৰ | |||
| ১৯৮৮ | পিতা-পুত্ৰ | মুনিন বৰুৱা | ভূপেন উজীৰ | ||
| আই মোৰ জনমে জনমে | নিপ বৰুৱা | অনুপম চৌধুৰী | |||
| ছিৰাজ | ড॰ ভূপেন হাজৰিকা | ড॰ ভূপেন হাজৰিকা | |||
| ১৯৮৯ | অজলা ককাই | দ্বিবন বৰুৱা | ৰমেন বৰুৱা | ||
| কোলাহল (চলচ্চিত্ৰ) | ড. ভবেন্দ্ৰ নাথ শইকীয়া | মুকুল বৰুৱা | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | ||
| বৰদৈচিলা | দাৰা আহমেদ | ভূপেন উজীৰ | |||
| ভাই-ভাই | বিজু ফুকন | ভূপেন উজীৰ | |||
| শেৱালি | শিৱপ্ৰসাদ ঠাকুৰ | বসন্ত বৰদলৈ |
তথ্যসংগ্ৰহ
- উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা
- মুক্তিপ্ৰাপ্ত অসমীয়া ছবি
- জাহ্নু বৰুৱা
- ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৪১৪৪৭ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।