অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মধুচন্দা

মধুচন্দা বা মধুচ্চন্দা, মধুষচন্দাঃ বৈশ্বমিত্ৰ নামেৰেও জনাজাত, হিন্দু সাহিত্যত উল্লেখ কৰা এজন ঋষি। ঋগবেদৰ কেইবাটাও গীত তেওঁৰ দ্বাৰা ৰচিত। তেওঁ বিশ্বামিত্ৰ ঋষিৰ অন্যতম পুত্ৰ। মধুচ্চন্দাক বৈদিক সাহিত্যৰ ওপৰত পূৰ্ণজ্ঞান প্ৰাপ্ত কৰা বুলি গণ্য কৰা হয় আৰু তেওঁ এজন মহান গায়কো আছিল।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মধুচন্দা বা মধুচ্চন্দা, মধুষচন্দাঃ বৈশ্বমিত্ৰ নামেৰেও জনাজাত, হিন্দু সাহিত্যত উল্লেখ কৰা এজন ঋষি। ঋগবেদৰ কেইবাটাও গীত তেওঁৰ দ্বাৰা ৰচিত। তেওঁ বিশ্বামিত্ৰ ঋষিৰ অন্যতম পুত্ৰ।১২ মধুচ্চন্দাক বৈদিক সাহিত্যৰ ওপৰত পূৰ্ণজ্ঞান প্ৰাপ্ত কৰা বুলি গণ্য কৰা হয় আৰু তেওঁ এজন মহান গায়কো আছিল।৩

সাহিত্য

ঋগবেদ

মধুচন্দাই অগ্নিদেৱতা অগ্নিৰ গীতৰ ৰচক আছিল, যাৰ পৰা ঋগবেদ আৰম্ভ হয়। ঋগবেদৰ ১ নং মণ্ডলৰ প্ৰথম দহটা গীতৰ ৰচক হিচাপে তেওঁক অভিহিত কৰা হয়।৪

তথ্যসূত্ৰ

  1. ↑ Wendy Doniger. (1988). Textual Sources for the Study of Hinduism. Manchester University Press. পৃ. 24. ISBN 9780719018671
  2. ↑ J.P. Mittal. (2006). History Of Ancient India (a New Version): From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. পৃ. 281. ISBN 9788126906154
  3. ↑ Gaṅgeśvarānanda. (1982). Vedas, a Way of Life from Yadnya (sacrifice) to Yoga (union). Matoshri Rampyaribai Sarda Satkarya Nidhi
  4. ↑ Roshen Dalal. (15 April 2014). The Vedas: An Introduction to Hinduism's Sacred Texts. Penguin UK. ISBN 9788184757637

সম্পৰ্কিত শ্ৰেণী

ঋষি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুচন্দা” প্ৰবন্ধৰ সংশোধন ৫৬৩০৯৮ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।