অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)

ছিৰাজ (Siraj) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। এইখন ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই যুটীয়াভাবে পৰিচালনা কৰা ১৯৪৮-ৰ চলচ্চিত্ৰ ছিৰাজৰ পুনঃনিৰ্মিত সংস্কৰণ। ছিৰাজ (১৯৮৮) প্ৰথম অসমীয়া পুনঃনিৰ্মিত (remake) চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ভূপেন হাজৰিকাই। আৰ.বি.

হালনাগাদ: ২৪ আগষ্ট ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ছিৰাজ (Siraj) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। এইখন ফণী শৰ্মা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই যুটীয়াভাবে পৰিচালনা কৰা ১৯৪৮-ৰ চলচ্চিত্ৰ ছিৰাজৰ পুনঃনিৰ্মিত সংস্কৰণ। ছিৰাজ (১৯৮৮) প্ৰথম অসমীয়া পুনঃনিৰ্মিত (remake) চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ভূপেন হাজৰিকাই। আৰ.বি. ফিল্মছৰ বেনাৰত নিৰ্মিত ছিৰাজ প্ৰযোজনা কৰিছে ৰমন ভাই মেহতাই। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প ছিৰাজ আৰু ফণীৰ শৰ্মাৰ 'ছিৰাজ'ৰ (১৯৪৮) চিত্ৰনাট্যৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে ভূপেন হাজৰিকাই।১

অভিনয়

তথ্যসূত্ৰ

  1. ↑ Siraj full movie. voot.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩০৪৬৩ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।