অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহানন্দ মজিন্দাৰ বৰুৱা

মহানন্দ মজিন্দাৰ বৰুৱা (Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মহানন্দ মজিন্দাৰ বৰুৱা (Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ কণ্ঠশিল্পীঅসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহানন্দ মজিন্দাৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৯২ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।